‘আদানি কাণ্ড’ৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ ৰিপৰ্টৰ পিছত বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সাম্ৰাজ্যত লাগিছে তোলপাৰ।আদানিৰ সাম্ৰাজ্য খহিছে তাচপাতৰ দৰে৷লগে লগে আদানিৰ ৫ টা কোম্পানীত বিনিয়োগ কৰা LIC ত বিনিয়োগকাৰী সকলে সাঁচতীয়া ধন হেৰুৱাৰ ভয়ত হৈ পৰিছে শংকিত।প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি প্ৰায়বোৰ…

গুৰুতৰভাৱে অসুস্থ কিম জং উন !

উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী তথা মহাপ্ৰতাপী শাসক কিম জং উন বৰ্তমান ক’ত -তাকে লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব।বিগত কিছু দিন ধৰি কিম জং উনৰ অসুস্থতাৰ বাতৰি কিছু সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে।কিন্তু উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমত এই মহাপ্ৰতাপী ৰাষ্ট্ৰনেতা গৰাকীৰ বৰ্তমানৰ স্থিতি সম্পৰ্কত…

মেয়ৰ লাগে,ন্যায়াল য়লৈ আপ

দিল্লীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱা দুটা মাহ পাৰ হ’ল।নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আম আদমি পাৰ্টিয়ে।কিন্তু ৩ বাৰ চেষ্টা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব পৰা নাই আপ দলে।উল্লেখযোগ্য যে সোমবাৰে তৃতীয়বাৰৰ বাবে মেয়ৰ নিৰ্বাচনৰ যোজা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব নোৱাৰিলে দলটোৱে।ইয়াৰ…

তিপ্ৰা’ক B টীম আখ্যা গৃহমন্ত্ৰীৰ

নৱগঠিত আঞ্চলিক দল তিপ্ৰা মঠাৰ নেতা প্ৰদ্যুত কিশোৰ দেৱবৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰে।সোমবাৰে ত্ৰিপুৰাত এক নিৰ্বাচনী সভাত অংশ লৈ দেৱবৰ্মাই কয় ” মই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে মাণিক্যই কেতিয়াও কাৰো ওচৰত…

পাপৰ পৰা মুক্ত হ’বলৈ নামাজ !

প্ৰায়ে বিতৰ্কিত মন্তব্য দি চৰ্চাত থকা ৰামদেৱে মুছলমানক লৈ এইবাৰ পুনৰ আপত্তিজনক মন্তব্য কৰিছে।ৰামদেৱে কয় যে মুছলমান সকলে বিশ্বাস কৰে নামাজ পঢ়িলে সকলো পাপৰ পৰা নিজকে মুক্ত কৰিব পাৰি।যিকোনো অপৰাধ অথবা সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হৈ মছজিদত নামাজ পঢ়ি পাপ খণ্ডন…

RSS এ সুৰক্ষা দিব আদানিক?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰা আদানিক সুৰক্ষা দিবলৈ আগবাঢ়ি আহিছে।সংঘৰ মুখপত্ৰত প্ৰকাশিত এক লেখাত আদানিৰ সমৰ্থনত লিখিছে যে তেওঁৰ ওপৰত এই আক্ৰমণ এইবাৰেই প্ৰথম নহয়,বিগত ২৫ জানুৱাৰীৰ আক্ৰমণ আদানিৰ ওপৰত প্ৰথম নহয়,ইয়াৰ আগতে ২০১৬-১৭ বৰ্ষত…

বন্দী ‘অপৰাধী’ হ’ল টপাৰ

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী এজন যুৱকে স্নাতকোত্তৰ পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে ২০১৯ চনত গুৱাহাটীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আছিল যুৱকজন।২৯ বছৰীয়া সঞ্জীৱ তালুকদাৰ নামৰ যুৱকজন ছাত্ৰ সংগঠনৰ এজন প্ৰাক্তন নেতা আছিল।২০১৯ চনৰ বোমা বিস্ফোৰণত…

হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী যুঁজ !

আদানি এণ্টাৰপ্ৰাইজৰ ইছ্যুু এইবাৰ পালেগৈ সৰ্বোচ্চ ন্যায়ালয়।আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ বিৰুদ্ধে জনস্বাৰ্থ জড়িত আৱেদন দাখিল এগৰাকী অধিবক্তাৰ।অধিবক্তা এম এল শৰ্মাই আদানিৰ বিৰুদ্ধে অভিযোগ অনা হিণ্ডেনবাৰ্গ প্ৰতিষ্ঠান আৰু ইয়াৰ প্ৰতিষ্ঠাতা নাথন এণ্ডাৰছনৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে৷তদুপৰি তেওঁ আদানি গ্ৰুপত বিনিয়োগ কৰা সকলৰ…

সাহিত্য সভাৰ শোভাযাত্ৰাত জিলিকিল লোককৃষ্টি

আজি অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ শুকুৰবাৰে চতুৰ্থদিন।নাৰায়নপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভযাত্ৰা বাহিৰ কৰা হয় । মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা ময়ুৰ পংখী ৰথেৰে বাহিৰ কৰা…

কন্যাৰ বয়স ২২,তথাপিও পিতৃক আটক আৰক্ষীৰ

সমগ্ৰ অসমতে যোৱা নিশাৰ পৰা বাল্য বিবাহ কৰা স্বামী , পিতৃ-মাতৃ আৰু বাল্য বিবাহৰ লগত জড়িত ব্যাক্তিৰ বিৰূদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ ব্যাতিক্ৰম হোৱা নাই ধুবুৰী জিলাতো।ধুবুৰী জিলাত ইতিমধ্যে ১৩৪ গৰাকী লোকক আটক কৰে আৰক্ষীয়ে ।ইয়াৰ ভিতৰত…