পুনৰ ন্যায়ালয়ৰ কাঠগড়াত অখিল গগৈ

আকৌ বিচাৰ চলিব অখিল গগৈৰ বিৰুদ্ধে।নিয়াৰ আদালতত চলিব গোচৰ।কা বিৰোধী আন্দোলনৰ সময়ত চলিছিল গোচৰ ।নিয়াৰ আদালতে খাৰিজ কৰিছিল গোচৰ ।নিয়া দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ ।উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান নিয়াৰ আদালতত চলিব গোচৰ ২৩ ফেব্ৰুৱাৰীত জামিন আবেদন কৰিব লাগিব অখিল গগৈয়ে…

অনুকম্পামূলক নিযুক্তিত নতুন নিৰ্দেশ

ৰাজ্য চৰকাৰৰ অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিৰ্দেশ ন্যায়ালয়ৰ ।২০১৭ চনলৈকে নিযুক্তি বঞ্চিত প্ৰাৰ্থীক নিযুক্তিৰ নিৰ্দেশ ।বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়ে এই নিৰ্দেশ।অৱসৰৰ বাবে তিনিবছৰ থকা অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত অনুকম্পা মূলক নিযুক্তি বাতিল কৰিছিল চৰকাৰে ।কিন্তু তিনি বছৰতকৈ অধিক চাকৰি থকা…

মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিত ক্ষোভিত জনতা

দক্ষিন নগাঁৱৰ বানবিধস্ত পথৰ আজিও মেৰামতি নহ’ল।বাৰিষালৈ মাজত মাথো দুটা মাহ।ভেকোভাওনাত পৰিণত হোৱাৰ দিশে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।আঠমাহেও নিৰ্মাণ নহ’ল দক্ষিন নগাঁৱৰ বানবিধস্ত পথৰ।ব্যাহত যাতায়ত ব্যৱস্থাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় লোকে।বিগত বৰ্ষৰ জুন -জুলাই মাহত নগাঁও জিলাত ভয়াৱহ বানে ব্যাপক ক্ষতি সাধন…

গ্ৰেপ্তাৰৰ ভয়ত ঘৰতে প্ৰসৱ,মৃত্যু অন্তঃসত্ত্বাৰ

বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে যোগীঘোপাৰ কাবাইটাৰীত মৃত্যুক আকোৱালি লয় এগৰাকী ৯ মহীয়া অন্তঃসত্বা নাবালিকাই।প্ৰসৱ বেদনাত চটফটাই থকা ১৬ বছৰীয়া বিৱাহিতা নাবালিকা গৰাকীক যোৱা দেওবাৰে বিয়লি অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ…

ভয়ংকৰ বিত্তীয় সংকটত অসমৰ ঠিকাদাৰ

হিতাধিকাৰী আঁচনিৰে উন্নয়নৰ ঢোল বজোৱা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ আৰ্থিক সংকট অতি ভয়ংকৰ হৈ পৰিছে। ৰংচঙীয়া বিজ্ঞাপন প্ৰকাশ আৰু বৃহৎ বৃহৎ ৰাজহুৱা সভা পাতি উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে ঠিকাদাৰসকলে পোৱা নাই…

মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

হাইলাকান্দি জিলাত জল জীৱন মিছন প্ৰকল্প ৰূপায়ণত ব্যাপক দুৰ্নীতি। AJYCP ৰ প্ৰতিবাদত জানকী বজাৰত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা হাইলাকান্দিৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল পুত্তলিকা দাহ ।আজি জানকী বজাৰৰ মাজেদি যোৱা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জিলাখনত সংঘটিত হোৱা…

আমছু বোলে ‘সুখী’ !

আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে বাল্য বিবাহ সংক্ৰান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।ৰেজাউল কৰিম চৰকাৰে বাল্যবিবাহৰ সংক্ৰান্তত যি আইন অসম চৰকাৰে ৰূপায়ণ কৰিছে তালৈ পূৰ্ণ সমৰ্থন থকা বুলি জনায় ।বিগত সাত বছৰে বাল্যবিবাহ সন্দৰ্ভত কাম কৰি অহা বুলি জনাই আমছুৰ সভাপতি…

অচল ভোগেশ্বৰী ফুকননী চিকিৎসালয়

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অচলাৱস্থাৰ সৃষ্টি হৈছে।মাৰুতি কাৰৰ ভিতৰতেই ৰোগীৰ স্বাস্থ্য পৰীক্ষা চিকিৎসকৰ ।নগাঁও মেডিকেল কলেজলৈ স্থানান্তৰ হৈছিল ঐতিহ্যমণ্ডিত চিকিৎসালয়খনৰ একাংশ বিভাগ ।যাৰ পৰিণতিত এই অচলাৱস্থাই বিৰাজ কৰিছে অসামৰিক চিকিৎসালয়খনত।যাক লৈ নগাঁৱৰ একাংশ নাগৰিক আৰু AJYCP ৰ কৰ্মী প্ৰতিবাদমুখৰ…

‘বাল্যবিবাহৰ ভুক্তভোগীক দিয়ক সংস্থাপন’

অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনালেও কৈলাস সত্যাৰ্থী চিলড্ৰেন ফাউণ্ডেচনে অসম চৰকাৰক জনাইছে এক বিশেষ অনুৰোধ।উল্লেখ্য যে এতিয়ালৈকে অসমত বাল্য বিবাহৰ লগত জড়িত মুঠ ২,৫২৮ টা গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে৷ইতিমধ্যে মুঠ ৪,০৭৪ টা গোচৰ পঞ্জীয়ন হৈছে।গ্ৰেপ্তাৰ…

পুৰুষেই নহয়,গ্ৰেপ্তাৰ হৈছে মহিলাও

বাল্য বিবাহক উৎসাহিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ৭৮ গৰাকী মহিলা।উল্লেখ্য যে বিগত সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যত চলিছে বাল্যবিবাহ বিৰোধী অভিযান।এই অভিযানত প্ৰায় ২৫০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।গ্ৰেপ্তাৰ হোৱা লোকসকলৰ অধিক সংখ্যকেই কম বয়সতে বিবাহপাশত আৱদ্ধ হোৱা স্বামী,মোল্লা,কাজী,পূজাৰী আদি।গৰিষ্ঠসংখ্যক পুৰুষৰ বিপৰীতে গ্ৰেপ্তাৰ…