চাকৰি যাব ‘জুম’ৰ কৰ্মচাৰীৰ

কেইবাটাও বিশ্বৰ প্ৰসিদ্ধ প্ৰযুক্তি কোম্পানীয়ে ইতিমধ্যে নিজৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে।জুম ভিডিঅ’কমিউনিকেশ্যনে মঙলবাৰে মুঠ ১৩০০ কৰ্মচাৰী অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে।জুমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় ‘বিগত কেইবা বছৰো ধৰি জুমে প্ৰযুক্তিৰ জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।যিকোনো ব্যৱসায়িক সংযোগ সম্পন্ন…

ঋণতো ৰেহাই নহ’লেই,মুখ্যমন্ত্ৰীৰ সাক্ষাতো নাপায় জালুকবাৰীৰ মহিলাই

মুখ্যমন্ত্ৰীক বিচাৰি দিছপুৰ পালেহি এদল মহিলা। মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত চৰকাৰে ৰামঠগন দিয়াৰ অভিযোগ মহিলাৰ।অসাৰ হ’ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি , মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত বঞ্চনা মহিলাক । নিৰ্বাচনত জয়ী হৈ মহিলাৰ দুৰ্দশাৰ কথা পাহৰিলে মুখ্যমন্ত্ৰীয়ে । মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই আছিল…

জক’ভিচৰ প্ৰতিভাই থৰ কৰিব চকু !

কথা পাতিব পাৰে ৫টা ভাষাতল তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈ ।সৰুতে কাগজৰ পৰা তৈয়াৰ কৰিছিল ট্ৰফী তেওঁৰ নাম ন’ভাক জ’কভিচ।কিন্তু আপুনি টেনিছ জগতৰ বাহিৰেও ন’ভাক জকভিচৰ বিষয়ে কিবা জানেনে? ১৯৯৯ চনৰ আৰু মে’ মাহ। এজন ১২ বছৰীয়া ল’ৰা বন্ধুবৰ্গৰ সৈতে…

দেশ ছাৰখাৰ কিন্তু সুৰক্ষিত মাঝাৰ

সমগ্ৰ দেশ তেতিয়া টোপনিত ডুব গৈ আছিল।হঠাতে আহিল প্ৰবল ভূমিকম্প। তাৰ পিছত চৌদিশে হুৱাদুৱা। চকুৰ পলকতে সকলো ঘৰ ভাঙি তচনচ, চাৰিওফালে নিহতৰ দীঘলীয়া শাৰী ! তুৰস্কৰ এই ছবিয়ে আপোনাকো কন্দুৱাই পেলাব। বিধ্বংসী ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াৰ এটা বৃহৎ অংশ…

নাড্ডাৰ বাৰ্তা লৈ ডিব্ৰুগড়ত বিজেপি সভাপতি

২৪ৰ নিৰ্বাচনৰ কুচকাৱাজ লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক সভাপতি।২৪’ৰ নিৰ্বাচনৰ কুচকাৱাজ ডিব্ৰুগড়ত আৰম্ভ বিজেপিৰ ৰাজ্যিক সভাপতিৰ। গুজৰাট মডেলত এইবাৰ অসমত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। জে পি নাড্ডাই বিজেপিৰ নেচনেল একজিউকিটিভ কাউঞ্চিলৰ সভাত এই আগ্রহ প্ৰকাশ কৰিছিল।এই আহ্বান লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক…

২৫ হাজাৰ দৰমহাৰ দাবীত প্ৰতিবাদ আশাকৰ্মীৰ

হোজাইৰ শংকৰদেৱ নগৰত AITUC ,অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নে মঙলবাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।আঁচনিভুক্ত শ্ৰমিক আৰু আশাকৰ্মী সকলৰ ন্যায্য প্ৰপ্তিৰ দাবীত শংকৰদেৱ নগৰত এইদৰে প্ৰতিবাদ সাৱস্ত কৰে কৰ্মীসকলে।আশা কৰ্মীক চৰকাৰী স্বীকৃতি নিদিয়া অসম চৰকাৰ হায় হায় , আমাক মাননি…

ধৰা পৰিল জগদম্বা কাণ্ডৰ ডকাইত

লখিমপুৰৰ জগদম্বা ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডৰে জড়িত ৪জনক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ।প্ৰাঞ্জল শইকীয়া ওৰফে মইনা,এলভিন সোনাৰ (ALNA ৰ সৈতে জড়িত,ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড)মেচৰ আলি ওৰফে ঠিকাদাৰ, আৰু খলিলুৰ ৰহমানক গ্ৰেপ্তাৰ লখিমপুৰৰ ভিন্ন প্ৰান্তৰ পৰা।আনহাতে জয় দেৱ মহন্ত, সজল আলি, শ্বাহ আলম…

গুলীয়াগুলি নহয় নাচগান সীমান্তত

হাইলাকান্দিত আয়োজন কৰা হৈছে অসম মিজোৰাম সীমান্ত উৎসৱৰ । উৎসৱত ককাঁল ভাঙি নাচিলে হাইলাকান্দি আৰু মিজোৰামৰ কলাসীৱ জিল‍াৰ দুই উপায়ুক্ত আৰু আৰক্ষী বিষয়া সকলে ।যোৱ‍া কেইটামান বছৰৰ পৰা অসম আৰু প্ৰতিৱেশী ৰাজ্য মিজোৰামৰ মাজত সম্পৰ্কৰ যথেষ্ট অবনতি ঘটিছিল । দুই…

ভগৱতৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ

RSS প্ৰধান মোহন ভগৱতৰ বিৰুদ্ধে ট্ৰেণ্ডিং আৰম্ভ হৈছে সামাজিক মাধ্যমত।সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে ভগৱতৰ ব্ৰাহ্মণবিৰোধী মন্তব্যৰ বিৰোধিতা কৰি ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ দাবী তুলিছে।অৱশ্যে এতিয়ালৈকে ক্ষমা খোজা নাই মোহন ভগৱতে।তাৰ বিপৰীতে RSS ৰ প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে এক বিজ্ঞপ্তিৰ জৰিয়তে মোহন…

আদানিৰ বিৰুদ্ধে নীৰৱ মমতা বেনাৰ্জী কিন্তু কিয়?

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰিছে গৌতম আদানিৰ সাম্ৰাজ্য।সনাপোটোকা হৈছে প্ৰধানমন্ত্ৰী মোডী আৰু গৌতম আদানিৰ নাম।বিৰোধী দলবোৰে যুটীয়া সংসদীয় সমিতিৰ জৰিয়তে বিষয়টোৰ তদন্ত দাবী কৰিছে।প্ৰায়সংখ্যক বিৰোধী দলেই আদানিৰ বিষয়টো সম্পৰ্কত একমত পোষণ কৰিছে যদিও এক দূৰত্ব বৰ্তাই ৰাখিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল…