আলফাত মোক্ষম আঘাত

তিনিচুকীয়াৰ লিডুত আলফা-সেনাৰ সংঘৰ্ষ !সংঘৰ্ষত নিহত উদয় অসম নামৰ আলফাৰ সদস্যজন!বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই সংঘৰ্ষ!পাটকাইৰ মালো গাঁৱত বাহৰ পাতি আছিল উদয় অসম !উজনি অসমৰ বহু ধনদাবী ঘটনাৰ লগত জড়িত উদয় অসম !উদয় অসম ওৰফে উদয় লাহন নিহত হোৱাৰ খবৰ…

হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে শুনানি

বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সম্পত্তিৰ পাহাৰখন মাত্ৰ ‘সৰু’ এটা ৰিপৰ্টতে তচনচ হৈ পৰিল।সেই ৰিপৰ্টটো হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে প্ৰকাশ কৰিছিল বিগত ২৫ জানুৱাৰীত।লগে লগে LIC য়ে গৌতম আদানিৰ ৫টা কোম্পানীত কৰা বিনিয়োগৰ শ্বেয়াৰ হোৰাহোৰে হ্ৰাস পাইছিল।২০১৪ চনৰ পৰা গৌতম আদানিৰ…

প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি অব্যাহত যোশীমঠত

পুনৰ ফাঁট যোশীমঠত। প্ৰযুক্তিক প্ৰত্যাহ্বান জনাইছে প্ৰকৃতিয়ে।মুঠ ৮৬৮ গৃহত মেলিছে ফাঁট।চামলী জিলাৰ প্ৰশাসনে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে যোশীমঠ নগৰ এলেকাত বৰ্তমানেও অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ।যোশীমঠত পুনৰ নতুনকৈ ৫ টা ঘৰত ফাঁট মেলিছে।বিগত ২০ জানুৱাৰীৰ পিছতো অঞ্চলটোত বিভিন্ন স্থানত…

‘অস্কাৰ’ নহয় ‘ভাস্কৰ’ৰো যোগ্য নহয় ‘কাশ্মীৰ ফাইলচ’ !

বহুল চৰ্চিত কাশ্মীৰ ফাইলচ নামৰ চলচ্চিত্ৰখনক লৈ এনেদৰে সৰৱ হৈছে বলিউডৰ অভিনেতা প্ৰকাশ ৰাজ।উল্লেখযোগ্য যে ‘কাশ্মীৰ ফাইলচ’ নামৰ চলচ্চিত্ৰখন ২০২২ বৰ্ষৰ সবাতোকৈ চৰ্চিত চিনেমা৷জী ষ্টুডিঅ’ই প্ৰযোজনা কৰা আৰু বিবেক অগ্নিহোত্ৰীয়ে নিৰ্দেশনা দিয়া ‘কাশ্মীৰ ফাইলচ’ নামৰ চলচ্চিত্ৰখনে ১৯৯০ চনত কাশ্মীৰত হিন্দু…

আজৱ নিৰ্দেশ : আলিংগন কৰক গৰুক !

১৪ ফেব্ৰুৱাৰীত ‘গৰু আলিংগন দিৱস’ উদযাপনৰ আহ্বান !ভাৰত চৰকাৰৰ এক সংস্থাই দেশবাসীক উদ্দেশ্যি আগবঢ়াইছে এই আহ্বান ।‘গৰু গ্ৰাম্য অর্থনীতি আৰু ভাৰতীয় সংস্কৃতিৰ ৰাজহাড়।পশ্চিমীয়া সংস্কৃতিৰ অগ্ৰাসনত বৈদিক পৰম্পৰা সংকটত।গৰুক আলিংগনে আবগিকভাবে মানুহক সমৃদ্ধ কৰিব।ই সামাজিক আৰু ব্যক্তিগত সন্তুষ্টিও কঢ়িয়াই আনিব।সেইবাবেই ১৪…

খুঁটাৰ ফাঁট পৰিদৰ্শন উপায়ুক্তৰ

মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণত ব্যাপক বিসংগতি ধৰা পৰিছে।জিলা উপায়ুক্ত কাবেৰী শৰ্মাই খান্দিবলৈ দিলে ৮ নং খুঁটা।মাজুলী – যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আজি পৰিদৰ্শন কৰে মাজুলী জিলাৰ উপায়ুক্ত কাবেৰী শৰ্মাই। উপায়ুক্ত গৰাকী দক্ষিণপাটত উপস্থিত হৈ দলং নিৰ্মাণ কোম্পানীৰ বিষয়া…

লেপটপৰ পৰা অগ্নিকাণ্ড

ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৩০ মিনিটত সংঘটিত হৈছে এই ঘটনা।ছান ডিয়েগো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনত এজন যাত্ৰীৰ এটা লেপটপৰ বেটেৰীত জুই লাগে।লগে লগে বিমানখনৰ ভিতৰত শ্বাসপ্ৰশ্বাসজনিত সমস্যাৰ…

শিৱদৌলত ৫ দিনীয়া শিৱ পূজা

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগনত অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা।বুধবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰে শিৱদৌল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈয়ে।১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি…

মৃত্যু উপত্যকালৈ পৰ্যবসিত ২খন দেশ

বিগত সোমবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ ভূমিকম্পত চকুৰ পলকতে তচনচ হৈ গ’ল তুৰস্ক আৰু ছিৰিয়া।৭.৮ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্পই দেশখনৰ প্ৰায় ৫০% অঞ্চলৰ ক্ষতিসাধন কৰিছিল।তাৰপিছতো কমবেছি পৰিমাণে প্ৰায় শতাধিক জোকাৰণিৰ সন্মুখীন হৈছে দেশ দুখন।বিগত দুটা দিন ধৰি দেশ দুখনত অব্যাহত আছে…

প্ৰধানমন্ত্ৰীক সমালোচনা,ব্যৱস্থা গ্ৰহণৰ দাবী বিজেপিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানিৰ সম্পৰ্কক লৈ মঙলবাৰে মুকলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে সদনত প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈ যথেষ্ট সৰৱ হৈছিল আৰু আদানিয়ে কেৱল ভাৰততে নহয়,বিশ্বৰ বিভিন্ন দেশত কাম পোৱাৰ ক্ষেত্ৰত চুপাৰিছ দিছিল…