আলফাত মোক্ষম আঘাত

Share This Article

তিনিচুকীয়াৰ লিডুত আলফা-সেনাৰ সংঘৰ্ষ !সংঘৰ্ষত নিহত উদয় অসম নামৰ আলফাৰ সদস্যজন!বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই সংঘৰ্ষ!পাটকাইৰ মালো গাঁৱত বাহৰ পাতি আছিল উদয় অসম !উজনি অসমৰ বহু ধনদাবী ঘটনাৰ লগত জড়িত উদয় অসম !উদয় অসম ওৰফে উদয় লাহন নিহত হোৱাৰ খবৰ নিশ্চিত কৰিছে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকসংঘৰ্ষস্থলীত অভিযান অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে।ঘটনাস্থলীত কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।আলফা-চৰকাৰৰ আলোচনাৰ বিষয়টো কিছু ধনাত্মক দিশে গতি কৰাৰ সময়তে এগৰাকী দুধৰ্ষ কেডাৰ নিহত হোৱা ঘটনাই আলোচনা কোন দিশে নিয়ে তাক লৈ উদ্বিগ্ন হৈছে সচেতন মহল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.