আদানি-হিণ্ডেনবাৰ্গৰ পৰা বহু দূৰত বিজেপি

গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দিয়া এক সাক্ষাৎকাৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ আৰু আদানি গ্ৰুপ সম্পৰ্কত চলি থকা বিতৰ্ক সম্পৰ্কত বিজেপিৰ ক’বলগীয়া একোৱেই নাই বুলি মন্তব্য কৰে।অৱশ্যে বিষয়টো সম্পৰ্কত বৰ্তমান তেওঁ মন্তব্য দিবলৈ অপাৰগ কিয়নো ই বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বুলিও মন্তব্য কৰে।আদানি-হিণ্ডেনবাৰ্গ…

ক’ব লাগে কাৰণেই কয় নেকি বিজেপিয়ে?

বিজেপিয়ে কেতিয়াও দ্বিতীয় আৰু তৃতীয় প্ৰজন্মক লৈ ৰাজনীতি নকৰে।বিজেপিয়ে কেতিয়াও ইয়াৰ নেতাক দ্বিতীয় অথবা তৃতীয় প্ৰজন্মক সভাপতি অথবা ক্ষমতা কেন্দ্ৰীভূত কৰিবলৈ নিদিয়ে।এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ‘ বিজেপি কেতিয়াও আন বংশানুক্ৰমিক দলৰ লগত নিমিলে। এইটো কেনেধৰণৰ…

VHP ত বঙহৰ যুঁজ

উত্তৰ প্ৰদেশত এজন বিশ্ব হিন্দু পৰিষদৰ নেতাক উদ্দেশ্যি গুলীবৰ্ষণ।উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।অভিযুক্ত ৰজত শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।বিগত ৮ ফেব্ৰুৱাৰীত শৰ্মাই RSS মূৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছিল।VHP নেতা সন্তোষ পণ্ডিতে ৰজত শৰ্মাক…

প্ৰভাকৰণ জীৱিত !

শেহতীয়াকৈ তামিল টাইগাৰ্চৰ মূৰব্বী ভেলুপিল্লাই প্ৰভাকৰণৰ নাম পুনৰ চৰ্চালৈ আহিছে।তামিল নেশ্যনেলিষ্ট ম’ভমেন্টৰ নেতা পি নেডুমৰণে সোমাবাৰে প্ৰভাকৰণ সম্পূৰ্ণ সুস্থ হৈ থকা বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে প্ৰভাকৰণৰ নাম।উল্লেখযোগ্য যে ২০০৯ চনৰ ১৮ মে’ত প্ৰভাকৰণৰ মৃত্যু হোৱা…

কেন্দ্ৰৰ মতেই হ’ল সমষ্টি পুনৰ নিৰ্ধাৰণ

জম্মু-কাশ্মীৰত শীঘ্ৰেই সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব৷দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰিলে ইয়াৰ বিৰোধিতা কৰি দাখিল কৰা আৱেদন।সঞ্জয় কিষাণ কৌল আৰু এ এছ অ’কাৰ বিচাৰপীঠে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো সিন্ধান্ত ল’ব পৰা অৱস্থাত নাই।সংবিধানৰ ৩৭০ অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক…

ৰে’ল বিভাগৰ আজৱ কাণ্ড

চিনেমাৰ কাহিনীয়ে পালে বাস্তৱ ৰূপ ।হনুমান মন্দিৰটো নিৰ্মাণ কৰিছিল ৰে’লৰ ভূমিত।ৰে’ল বিভাগে অবৈধ ভূমি দখলৰ বাবে এই জাননী প্ৰেৰণ কৰিছে ভগৱান ভক্ত হনুমানক৷মধ্য প্ৰদেশৰ মৰেনা জিলাৰ চবলগড়ত সংঘটিত এই ঘটনা।সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰে’ল বিভাগে জাননী প্ৰেৰণ কৰিছে বজৰংবলীলৈ।অৱশ্যে…

অসমলৈ আহিব কেজৰিৱাল

আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শীঘ্ৰেই আহিব অসমলৈ।আপৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীৰ নেতৃত্বত এটা দলে অলপতে মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাৎ কৰি অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসম ভ্ৰমণলৈ অহা নাই৷আপৰ জন্মৰ আগতে অৱশ্যে তেতিয়াৰ…

হাতীয়ে ঘটালে অঘটন

গুৱাহাটীৰ নাৰেংগীৰ সেনা শিবিৰত সংঘটিত এই ভয়ংকৰ ঘটনা ।শনিবাৰে নিশাৰ ভাগত হাতীয়ে আক্ৰমণ কৰে সেনা জোৱানজনক।আহত সেনা জনক আৰ্মি হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।মৃত জোৱান খামলিয়াং খাপৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।আমচাং অভয়াৰণ্যৰ হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই নাৰেংগী-চন্দ্ৰপুৰ…

বিজেপিৰ গো-প্ৰেম বনাম গো-হত্যা

গো হত্যাক লৈ সততে সৰৱ হৈ থকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্যত চলিছে অবাধ গো হত্যা। খেতিৰ ফচল খোৱা বাবে মুুঠ ২৪ টা গৰুক ৰে’লৰ লাইনলৈ ঠেলি দিলে কৃষকে।ঠেলি দিয়া গৰুবোৰৰ ১১ টা গৰু ৰে’লৰ খুন্দাত থিতাতে নিহত হয়।এই…

‘মোডীৰ হৈ কাম কৰিলেই হয় ৰাজ্যপাল’

২০১২ চনৰ অৰুণ জেটলীৰ এক উদ্ধৃতিৰ ভিডিঅ’ আপলোড কৰি কংগ্ৰেছী সাংসদ জয়ৰাম ৰমেশে টুইট কৰিছে এনেদৰে ” অৱসৰ পাবলগীয়া ন্যায়াধীশ সকলে সদায় অবসৰৰ পিছৰ সংস্থাপনৰ কথা চিন্তা কৰি কাম কৰে।” উল্লেখযোগ্য যে ২০১৯ চনৰ অযোধ্যা ৰায়ৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ…