‘ঋষি পত্নী’ক লৈ অসন্তুষ্ট ব্ৰিটেইন

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনকক লৈ বিতৰ্কৰ অন্ত নাই।শেহতীয়াকৈ দেশখনৰ আয়কৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ব্ৰিটেইনৰ জনতা৷তাৰ মাজতে আকৌ তেওঁৰ পত্নীক লৈ শেহতীয়াকৈ সাঙোৰ খাইছে তেওঁ আন এক বিতৰ্কত৷তেওঁৰ পত্নী অক্ষতা মূৰ্তি অলপতে অৱসৰ কটাবলৈ গোৱালৈ আহিছিল৷তাক লৈ বৃটেইনৰ সংবাদমাধ্যমত…

৮ প্ৰাবল্যৰ ভূমিকম্প হ’ব উত্তৰ পূবত !

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিকম্পৰ আগজাননী দিছে নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ মুখ্য বিজ্ঞানীয়ে।এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত মুখ্য বিজ্ঞানী ড° এন পূৰ্ণচন্দ্ৰ ৰাৱে কয় উত্তৰাখণ্ডৰ ভূপৃষ্ঠত এক ভয়ংকৰ চাপৰ সৃষ্টি হৈছে।সেয়ে এই চাপৰ বাবেই যিকোনো সময়তে ভয়ংকৰ ভূমিকম্পৰ কম্পন অনুভূত হোৱাটো…

‘জে’ললৈ যাব কংগ্ৰেছী পৱন খেৰা?’

উল্লেখ্য যে এখন সংবাদমেলত বিজেপি নেতা পৱন খেৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ সম্পৰ্কত মন্তব্য দিবলৈ গৈ কৈছিল ‘ নামটো দামোদৰ দাস কিন্তু কামবোৰ গৌতম দাসৰ।’এই মন্তব্যৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়বোৰ নেতাই কংগ্ৰেছ দলক সমালোচনাৰে থকাসৰকা…

য’তেই আছে তাতেই থকাৰ দাবী চিকিৎসালয়

টংলাত বিটিআৰ বঙালী ফেডাৰেশ্যন, টংলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্থানীয় ৰাইজে সোমবাৰে এক যৌথ সংবাদমেলৰ আয়োজন কৰে।ওদালগুৰি জিলাৰ বৃহত্তৰ টংলা অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৩০খন বিছনাযুক্ত টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ নেৰা নেপেৰা দাবীত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত স্বাস্থ্য কেন্দ্ৰটো ১০০খন…

মানুহে মানুহৰ বাবে ভাবিছে শিৱসাগৰত

সামাজিক মাধ্যমত এটা আহ্বান। ইয়াৰ পিছতে সহায়ৰ হাত বহুজনৰ।হয়,শিৱসাগৰত অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী মহা শিৱৰাত্ৰিত মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান।ৰাজ্যৰ জনপ্ৰিয় বাঁহী বাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যে এই অনুষ্ঠান।শিৱসাগৰৰ কেইগৰাকীমান সমাজ কৰ্মীৰ এই মহৎ প্ৰচেষ্ঠা।সমাজ কৰ্মী…

গোধৰাৰ অপৰাধীক ফাঁচী !

গোধৰা কাণ্ডৰ দোষীয়ে ৰাজ্য চৰকাৰৰ নীতি অৱমাননা কৰি সময়ৰ আগতেই মুক্তি লাভ কৰিলে।এই অভিযোগ গুজৰাট চৰকাৰৰ।উচ্চতম ন্যায়ালয়ত সোমবাৰে ২০০২ চনৰ গোধৰা কাণ্ডৰ অভিযুক্তক সময়তকৈ আগত মুকলি কৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হয়।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়াধীশ পি এছ…

ক্ৰমাৎ শান্ত হোৱাৰ দিশে সূৰ্যোদয়ৰ দেশ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহাৰ কথা।অৰুণাচলে ৰাজ্যৰ মৰ্যাদা লাভ কৰা ৩৭ টা বৰ্ষ সম্পূৰ্ণ কৰিলে সোমবাৰে।সেই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথা।ৰাষ্ট্ৰপতি গৰাকীয়ে ডলী পল’ বিমান বন্দৰ আৰু নাহৰলগুণ ৰে’ল ষ্টেশ্যনৰ মাজত ৪০…

উচ্চতম ন্যায়ালয়লৈ থাকৰেপন্থী

দলৰ প্ৰতীক আৰু পুৰণি নাম বিচাৰি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব উদ্ধৱ থাকৰে।নিজৰ পিতৃয়ে প্ৰতিষ্ঠা কৰা শিৱসেনাৰ কৰ্তৃত্ব হেৰুৱাই দিকবিদিক শূণ্য হৈ পৰিছে উদ্ধব থাকৰে আৰু তেওঁৰ সমৰ্থক সকল।উল্লেখ্য যে বিগত শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে একনাথ সিন্দে গোটৰহে শিৱসেনা দল…

অসমলৈ এম ভি গংগা

বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰা এম ভি গংগা – বিলাস নামৰ বিলাসী River Cruise খন শুকুৰবাৰে আবেলি ধুবুৰী পাবহি।বিয়লি ৪ মান বজাত বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে উপস্থিত হ’ব ধুবুৰীত।বুধবাৰে বাংলাদেশৰ কুড়িগ্রামৰ চিলমাৰী নদী বন্দৰত লংগৰ কৰিছিল বিশ্বৰ দীর্ঘযাত্রাৰ river cruise…

নগাঁৱত নিষিদ্ধ জ’মেট’

ৰেষ্টোঁৰাৰ মালিক পক্ষক আভুৱা ভাৰি নগাঁৱত জ’মেট’ই চলাই আছে লুণ্ঠনৰাজ।সেয়ে শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে নগাঁৱত নিষিদ্ধ কৰা হৈছে জ’মেট’ক।নগাঁৱৰ ৰেষ্টোঁৰা মালিক পক্ষই নিষিদ্ধ কৰিছে জ’মেট’ক।জ’মেট’ৰ বিৰুদ্ধে ৰেষ্টোঁৰা মালিক পক্ষক বঞ্চনাৰ অভিযোগ।জ’মেট’ই নিজ খেয়াল-খুচি মতেই খাদ্য সামগ্ৰীৰ দাম নিৰ্দ্ধাৰণ কৰি…