মগজু নখটুৱাৰ ফল পালে বিষয়াই

অসমৰ এগৰাকী ৮৫ বছৰীয়া গোৰ্খা ব্যক্তিক নিৰ্বাচনী বিষয়াই অবৈধ অনুপ্ৰৱেশকাৰী বুলি জাননী প্ৰেৰণ কৰি বিগত বছৰবোৰত তেওঁক হাৰাশাস্তি কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হ’বলগীয়া হৈছে।উল্লেখ্য যে অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাবে গণ্য কৰা হয় আৰু…

একে ৰাতিতে ঝাড়ু এৰি হাতত ল’লে পদুম

দিল্লী চিভিক চেণ্টাৰ হ’লগৈ ৰণক্ষেত্ৰ৷আপ আৰু বিজেপিৰ সদস্যৰ মাজত হতাহতি,গতিয়া গতি লগাৰ পিছত এগৰাকী আপৰ কাউঞ্চিলৰে যোগদান কৰিলে বিজেপিত।আপৰ দিল্লীৰ কাউঞ্চিলৰ পৱন চেৰাৱাটে আপ এৰি যোগদান কৰে বিজেপিত।বিগত বুধবাৰে দিল্লীৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ পিছত বিজেপিৰ সদস্য সকলৰ মাজত লাগিছে হাহাকাৰ।উল্লেখ্য…

প্ৰথমবাৰৰ বাবে বিৰোধী দলপতিৰ আসন উকা

বিগত ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত গুজৰাটত বাৰুকৈয়ে মুখথেকেঁচা খালে প্ৰধান বিৰোধী দল কংগ্ৰেছে।১৮২ খন আসন থকা বিধানসভাত মাত্ৰ ১৭ খন আসন লাভ কৰিলে কংগ্ৰেছ দলে।বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ অতি কমেও ১০% বিধায়ক থাকিব লাগে দলটোত।কিন্তু আশ্চৰ্যজনকভাৱে এসময়ত শাসনত…

তিনিচুকীয়াত জব্দ ড্ৰাগছ

ড্ৰাগছবিৰোধী অভিযানত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা৷ আজি পুৱাই তিনিচুকীয়া আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজ বৰুৱা আৰু ৰাইডাৰ টিম’ৰ সহযোগত বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে…

ভুৱা আলফাক ধৰিলে আৰক্ষীয়ে

আলফা স্বাধীনৰ নামত ধন দাবী কৰি চাংসাৰিৰ পৰা আটক মাজুলীৰ কুমুদ বৰুৱা । মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা আলফাৰ নামত দাবী কৰিছিল ধন। বৰ্তমান গড়মূৰ আৰক্ষী জিম্মাত ভুৱা আলফা কুমুদ।মাজুলী আৰক্ষীৰ জালত আলফা স্বাধীনৰ নামত ধন দাবী কৰা ভুৱা আলফা কুমুদ…

কেৱল বিজেপিৰ বাবেহে অৰুণোদয়

শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলা।ৰাজপথতেই জিলা উপায়ুক্তক অভিযোগ ভুক্তভোগী মহিলাৰ। বিজেপি দলৰ ১০০ টকীয়া টিকট লৈও লাভ নকৰিলে অৰুণোদয়ৰ আঁচনিৰ ধন।দৰিদ্ৰ মানুহৰ পৰিৱৰ্তে ধনী আৰু বিজেপি দলীয় কৰ্মীয়ে লাভ কৰিছে অৰুণোদয়ৰ আঁচনি আৰু…

গৰুৰ বাবেই বিপদত বিজেপি !

বিজেপিয়ে মেঘালয়ত এইবাৰ জয়লাভ কৰাটো নিশ্চিত।এই দাবী মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাৰৱীৰ।মাৰৱীয়ে কয় ‘ বিজেপি কেতিয়াও খ্ৰীষ্টানবিৰোধী নহয়।মেঘালয় আৰু গোৱাই ইয়াৰ উৎকৃষ্ট উদাহৰণ।মই নিজে এগৰাকী খ্ৰীষ্টান ব্যক্তি।কিন্তু মোকতো কোনোদিনে বিজেপিয়ে গীৰ্জাত নাযাবলৈ কোৱা নাই।’উল্লেখ্য যে বিগত নিৰ্বাচনত এনপিপিৰ লগত জোঁটবন্ধন…

IAS বিষয়া হ’ল ঐশ্বৰ্য

সৌন্দৰ্য আৰু জ্ঞান এই দুয়োটা গুণ একেলগে খুব কম সংখ্যক নাৰীৰ গাতহে দেখা যায়।এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত সফলতাৰ শীৰ্ষ স্থান লাভ কৰা ঐশ্বৰ্যই এইবাৰ লাভ কৰিলে IAS বিষয়াৰ দৰে লোভনীয় পদ।১৯৯৭ চনৰ ১১মাৰ্চত জন্ম…

উৎকোচ লৈ জে’ললৈ আপৰ বিধায়ক

ঘোচ খোৱাৰ অপৰাধত পুনৰ জে’ললৈ গ’ল এগৰাকী বিধায়ক।পঞ্জাৱৰ আপ বিধায়ক গৰাকীক বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে ভাতিন্দা ভিজিলেঞ্চ ব্যুৰ’ই।ভাতিন্দা গ্ৰাম্যৰ বিধায়ক অমিত ৰট্টনক হাৰিয়ানাৰ কাৰ্ণালৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।অবশ্যে ভাতিন্দা ভিজিলেঞ্চ ব্যুৰ’ই এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি প্ৰদান কৰা নাই।ঘোদা গাঁৱৰ…

বিদেশত ঘাটি পাতি স্বদেশত সন্ত্ৰাসৰ আঁচনি

নিয়াই খালিস্তানী সন্ত্ৰাসবাদীৰ এক বৃহৎ নেটৱৰ্কৰ লগত জড়িত ৬ জনক বুধবাৰে গ্ৰেপ্তাৰ কৰে“।দেশজুৰি চলা নিয়াৰ তালাচীত এই ৬ জন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হয়।ধৃত সন্ত্ৰাসবাদী কেইটা লৰেন্স বিষ্ণয়,জগু ভগৱানপুৰীয়া,গল্ডী ব্ৰাৰ,অৰ্শ দালাৰ ঘনিষ্ঠ সহযোগী বুলি জানিব পৰা গৈছে।উল্লেখ্য যে নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সি চমুকৈ…