উচ্চতম ন্যায়ালয়ত মুখ থেকেঁচা অসম চৰকাৰৰ

৩ মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব কংগ্ৰেছ নেতা পৱন খেৰাক ।সোমবাৰে উচ্চতম ন্যায়ালয়ে জামিনৰ সময় বৃদ্ধি কৰে পৱন খেৰাৰ।উল্লেখ্য যে বিগত শুকুৰবাৰে দিল্লী বিমান বন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ দলৰ মুখ্য মুখপাত্ৰগৰাকীক।অৱশ্যে সেইদিনাই বিয়লিৰ ভাগলৈ তেওঁ জামিন লাভ কৰে।প্ৰধানমন্ত্ৰীৰ…

নলগা জেঙত লগাৰ ফল পালে বিজেপিয়ে

উচ্চতম ন্যায়ালয়ে সোমবাৰে খাৰিজ কৰে বিজেপি নেতাৰ আৱেদন।বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰাচীন স্থান সমূহৰ ইতিহাস অধ্যয়ন কৰি পুনৰ নতুন নামাকৰণ কৰাৰ প্ৰস্তাৱেৰে ন্যায়ালয়ত জনাইছিল আৱেদন।আৱেদনখনৰ জৰিয়তে ‘আক্ৰমণকাৰী’ৰ নামত থকা স্থানসমূহৰ নাম সলোৱাৰ দাবী তুলিছিল উপাধ্যায়ে। নতুন…

বিমান নুৰিব পাৰে কিন্তু বিমান বন্দৰ হ’ল দুগুণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বেংগালুৰুৰ শিৱমগা বিমান বন্দৰ উদ্বোধন কৰি কয় যে ডাবল ইঞ্জিনেৰে যেনেকৈ গাড়ী স্পীডত চলাব পাৰি ঠিক তেনেকৈ ডাবল ইঞ্জিনেৰে সুস্থভাৱে চলাব পাৰি চৰকাৰো।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ ৮০ বছৰীয়া জন্মদিন উপলক্ষে নতুন…

‘CBI ৰ সমৰ্থন নাই ছিছ’ডিয়াৰ গ্ৰেপ্তাৰত’

দিল্লীৰ উপমুখ্য মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বিশেষ সূত্ৰৰ উদ্ধৃতি দি কয়’ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰত অলপো সমৰ্থন নাই CBI ৰ ।CBI ৰ বিষয়াৰ যথেষ্ট সন্মান আছে ছিছ’ডিয়াৰ প্ৰতি।কিন্তু কেৱল ৰাজনৈতিক হেঁচাৰ বাবে এই…

গ্ৰন্থ চাহেব লৈ প্ৰতিবাদ নচলিব !

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কোনো কাৰণতে পঞ্জাৱক অশান্ত হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে।’অতি কষ্টেৰে উপাৰ্জিত শান্তি’ কোনো কাৰণতে বিঘ্নিত হ’বলৈ দিয়া নহ’ব বুলি কঠোৰ ভাৱে সকীয়াই খালিস্তানীৰ সমৰ্থক নেতা ভগৱন্ত মানক।অৱশ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খালিস্তানী নেতা অমৃতপাল অথবা তেওঁৰ…

ভয়ংকৰ আক্ৰমণ বাংলাদেশীৰ

৩৫ নং বেটেলিয়নৰ দুজন সীমান্তৰক্ষী সেনা জোৱান বাংলাদেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।ভাৰত-বাংলা সীমান্তৰ নিৰ্মল চৰ অঞ্চলত সংঘটিত হৈছে এই ভয়ানক ঘটনা।৩৫ নং বেটেলিয়নৰ জোৱানে সীমান্তত পহৰা দি থকাৰ সময়ত এই আক্ৰমণ সংঘটিত কৰে বাংলাদেশী লোকে।ভাৰত-বাংলা সীমান্ত পাৰ কৰি গৰু চৰাবলৈ…

ভাইৰেল মৃত মহিলাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ সেনাবিষয়া

তেজপুৰত অৱস্থিত সেনা বাহিনীৰ ফ’ৰক’ৰৰ জনসম্পৰ্ক ৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।হত্যাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেনাবাহিনীৰ এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়াক। লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। সেনা বাহিনীৰ বিষয়াগৰাকীক শুকুৰবাৰে চাংসাৰি আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত তেজপুৰৰ পৰা গ্ৰেপ্তাৰ…

এইবাৰ সিন্দেক লাগে শিৱসেনাৰ সম্পত্তি

নাম-প্ৰতীকৰ পিছত এইবাৰ সিন্দে পন্থীৰ লক্ষ্য ১৯১ কোটিৰ সম্পত্তি৷কাৰ ওচৰত থাকিব শিৱসেনাৰ ৩৬২ টা কাৰ্যালয়?উদ্ধৱ ফৈদৰ সাংসদ-বিধায়কৰ ওপৰতো চকু একনাথ সিন্দেৰ।নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম, চিহ্ন একনাথ সিন্দে ফৈদক গটোৱাৰ পিছত এইবাৰ একনাথ সিন্দে ফৈদৰ লক্ষ্য হৈ পৰিছে শিৱসেনাৰ ওচৰত থকা…

কিনা পানী খায় অসুস্থ খেলুৱৈ

সকলো পেকেজ ড্ৰিংকিং ৱাটাৰৰ পানী বিশুদ্ধ নে ? ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে পেকেজ ড্ৰিংকিং ৱাটাৰৰ প্লেন্ট।গুণগত মান নথকা প্লেন্টৰ পানী খাই অসুস্থ হ’বলগীয়া হৈছে অসংখ্য লোক।কৰিমগঞ্জৰ ৰাম কৃষ্ণ বিদ্যানগৰত স্থাপন হোৱা এটা প্লেন্টৰ পেকেটিং পানী খাই অসুস্থ হৈ পৰিল…

বড়ো সাহিত্য সভাত গ্ৰন্থ উন্মোচন

বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনত শনিবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা ।এই সভাতেই ৪০ খনতকৈ অধিক গ্ৰন্থৰ উন্মোচন কৰা হয়।গ্ৰন্থ উন্মোচনী সভাত সাহিত্য একাডেমীৰ সদস্য দিগন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।অসমীয়া , বড়ো , বাংলা গুজৰাটী আদিকে ধৰি আধুনিক আঞ্চলিক ভাৰতীয়…