কাৰ্বি আংলঙে সোঁৱৰিলে পিতৃ পুৰূষক

ডিফুত কাৰ্বি আংলঙৰ পিতৃ পুৰুষ ছেমচনছিং ইংতিৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন । পাহাৰীয়া জিলা কাৰ্বি আংলঙত জিলাখনৰ পিতৃপুৰুষ প্ৰয়াত ছেমচনছিং ইংতিৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , জিলা আৰু মহকুমাৰ…

ডায়েটৰ অধ্যক্ষই ধন নিদিয়ে ফাইল নাচায়

হাইলাকান্দিৰ ডায়েট অধ্যক্ষই অন কেমেৰা উৎকোচ লোৱাৰ দৃশ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।কামৰ ঠিকা দিয়াৰ বাবে বিষয়াক দিব লাগে ধন । ধন অবিহনে ফাইল’ত এটা চহীও ন’কৰে হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( DISTRICT INSTITUTE OF EDUCATION & TRAINING )…

ৰৌতাত বিৰোধী দলপতি

কংগ্ৰেছৰ নেতাদ্বয় দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনৰ দৈফাঙৰ এনকাউন্টাৰস্থলী পৰিদৰ্শন।অসমত এতিয়া চলিছে মুক্ত হত্যা। এই অভিযোগ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। কেনাৰামৰ ঠাইত ডিম্বেশ্বৰৰ মৃতদেহ ওলোৱাৰ পিছত মঙলবাৰে ওদালগুৰিৰ ৰৌতাৰ দৈফাঙত আহি উপস্থিত হ’ল কংগ্ৰেছ নেতাদ্বয় দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইন।…

নিৰ্জন দ্বীপত এগৰাকীয়েই মহিলা …

এটা নিৰ্জন দ্বীপ ।দ্বীপটোত মাত্ৰ এগৰাকী মহিলা।নাই কোনো খেদ,নাই কোনো ভয়।তেওঁৰ নিজস্ব মত !সকলোতকৈ সুখী তেওঁ!কিন্তু কেনেকৈ?মহিলাগৰাকীৰ বিষয়ে জানিলে চকু কপালত উঠিব আপোনাৰ! চাওক আমাৰ এই প্ৰতিবেদন… নাম তেওঁৰ জিউলীয়া মানকা !ঘৰ ইটালীত ।মাত্ৰ এটা সপ্তাহৰ অৱসৰ যাপনৰ বাবে গৈছিল…

কাশ্মীৰী পণ্ডিতৰ হত্যাকাৰী নিহত

কাশ্মীৰী পণ্ডিতৰ হত্যাৰ লগত জড়িত দুটা সন্ত্ৰাসবাদীক মঙলবাৰে নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷পুলৱামাৰ পদগমপৰা গাঁৱত আৰক্ষী-সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদী দুটা।জম্মু কাশ্মীৰ আৰক্ষীয়ে এক টুইটাৰ বাৰ্তাত জনাইছে ‘ ইতিমধ্যে আকিব মুস্তাক ভাট নামৰ সন্ত্ৰাসবাদীটো নিহত হৈছে।সন্ত্ৰাসবাদীটো হিজবুল…

উচ্চতম ন্যায়ালয়লৈ ছিছ’ডিয়া

দিল্লীৰ সুৰা নীতি সন্দৰ্ভত মণীষ ছিছ’ডিয়াক দেওবাৰে গ্ৰেপ্তাৰ কৰে CBI এ।মঙলবাৰে এই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ অধিবক্তা উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা।গোচৰটোৰ এক জৰুৰী শুনানিৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ওচৰত আৱেদন জনাইছে ছিছ’ডিয়াৰ অধিবক্তাই।দিল্লীৰ এক বিশেষ…

‘২৪ ত কি ভূমিকা হ’ব কংগ্ৰেছৰ?

আগন্তুক লোকসভা নিৰ্বাচনক লৈ যথেষ্ট চিন্তিত হৈছে কংগ্ৰেছ দল।কংগ্ৰেছ নেতৃত্বৰ শংকা দিনক দিনে বৃদ্ধি পাইছে !বিৰোধী দল সমূহক একত্ৰিত কৰাত সফল হ’ব নে বিগ ব্ৰাদাৰ কংগ্ৰেছ?ইফালে চলিত বৰ্ষতেই আছে মুঠ ৬ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন।অলপতে অনুষ্ঠিত ৰায়পুৰ অধিৱেশনত কংগ্ৰেছৰ শীৰ্ষ…

সৌৰশক্তি চালিত যঁতৰৰ উদ্ভাৱন

শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ নতুন উদ্ভাৱন।বৈদ্যুতিক তথা সৌৰশক্তি চালিত যঁতৰ উদ্ভাৱন কৰি চমক সৃষ্টি অভিজিতৰ।জোনবাই ৰিচাৰ্জেব’ল এল ই ডি বাল্বৰ পিছত এইবাৰ জোনবাই যঁতৰ। মাত্ৰ চুইচ টিপিলেই ববিনত মেৰ খাব সূতা।হয়, এতিয়াৰে পৰা শিপিনী সকলে হাতেৰে পৰিশ্ৰম কৰি সূতা…

উচ্ছেদিতৰ ৰণচণ্ডী ৰূপ বুঢ়াচাপৰিত

বুঢ়াচাপৰিৰ উচ্ছেদিতৰ হাতত প্ৰহৃত বনকৰ্মী।ভাঙিলে বুলডজাৰ।জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।এতিয়াও উত্তেজনা মাৰ যোৱা নাই বুঢ়াচাপৰি অভয়াৰণ্যত।বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰি বন শিবিৰ এলেকাত সোমবাৰে সংঘটিত হ’ল এই ঘটনা !বনশিবিৰটোৰ দুজনকৈ বনকৰ্মীৰ লগতে এক্সেভেটৰৰ চালকক আক্ৰমণ কৰিলে উচ্ছেদিত জনতাই।আহত হ’ল…

বেলি ফুলেৰে আকাশ স্পৰ্শ কৰাৰ মন ৰীণাৰ

বেলি ফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন বকলীয়াঘাট হাতীপুৰাৰ এগৰাকী কাৰ্বি জনজাতীয় মহিলাৰ । নাম তেওঁৰ ৰীণা বে’পী ।কেৱল পাকঘৰতে আৱদ্ধ নাথাকি ৰীণা এতিয়া সকলোৰে বাৱে আদৰ্শ কৃষক । নিজৰ লৰা ছোৱালীৰ আলৈ আহুকাল মাৰিও বেলি ফুলৰ খেতিত নিজকে ব্যস্ত কৰি…