Investigative reporting with dedication.

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অচলাৱস্থাৰ সৃষ্টি হৈছে।মাৰুতি কাৰৰ ভিতৰতেই ৰোগীৰ স্বাস্থ্য পৰীক্ষা চিকিৎসকৰ ।নগাঁও মেডিকেল কলেজলৈ স্থানান্তৰ হৈছিল ঐতিহ্যমণ্ডিত চিকিৎসালয়খনৰ একাংশ বিভাগ ।যাৰ পৰিণতিত এই অচলাৱস্থাই বিৰাজ কৰিছে অসামৰিক চিকিৎসালয়খনত।যাক লৈ নগাঁৱৰ একাংশ নাগৰিক আৰু AJYCP ৰ কৰ্মী প্ৰতিবাদমুখৰ হৈ পৰিল চিকিৎসালয়খনত ।অৱশ্যে বিধায়ক ৰূপক শৰ্মাই সমবেত লোকসকলক আশ্বাস প্ৰদান কৰাত সকলো সৈমান হয় যদিও নগাঁও অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মান-মৰ্যদা অটুত ৰখাৰ আহ্বান জনায়।




