সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতক ‘ভাল’ নালাগে ?

ৰাজ্যসভাত প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য।লক্ষ লক্ষ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে ভাৰতৰ।২০১১ চনৰ পৰা মুঠ ১৬ লাখ ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰি আন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।বিগত বৰ্ষত অৰ্থাৎ ২০২২চনত মুঠ ২,২৫,৬২০ জন ভাৰতীয়ই…

IPS ৰ বিৰুদ্ধে গৰ্জন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এনেদৰে ধমক দিছে এগৰাকী আইপিএছ বিষয়াক।আইপিএছ বিষয়া গৰাকীয়ে তেওঁৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে টুইটাৰত অভিযোগ কৰিছিল।বিহাৰৰ অগ্নি নিৰ্বাপন বিভাগৰ IG বিকাশ বৈভৱে তেওঁৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে তেওঁৰ…

মুখ্যমন্ত্ৰীৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

উল্লেখ্য যে বিগত ১ ফেব্ৰুৱাৰীত এটা বিশেষ চেনেলৰ মালিকানাধীন কোম্পানীয়ে গুৱাহাটীত অনুষ্ঠিত কৰিছিল এ আৰ ৰহমানৰ শ্ব’ৰ।এই শ্ব’ৰ নামত এ আৰ ৰহমানক এক মোটা অংকৰ ধন দিবলগীয়া হৈছিল আয়োজকমণ্ডলীয়ে। এই শ্ব’ৰ নামত ব্যয় হোৱা ধনৰ উৎস বিচাৰি সামাজিক…

পুনৰ ‘আৱিৰ্ভাৱ’ হাগ্ৰামাৰ !

কোকৰাঝাৰত উদযাপিত হৈছে ২১ সংখ্যক বিটিচি চুক্তি দিৱস।বিপিএফ দলৰ উদ্যোগত উদযাপন কৰা হয় এই বিটিচি চুক্তি দিৱস ।উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু প্ৰাক্তন বিএলটিৰ মাজত বিগত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ এই দিনটোতে সম্পাদিত…

ৰঙেৰে ৰঙীন বিশ্বনাথ

বিশ্বনাথ মহাবিদ্যালয় ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে।ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয় ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ চলি আছে ।৫ দিনীয়া কাৰ্যসূচীৰে চলি থকা মহাবিদ্যালয় সপ্তাহৰ আজি চতুৰ্থটো…

মাৰাত্মক ভুল অশোক গেহলটৰ !কিন্তু কি এই ভুল?

শুকুৰবাৰে পুৱাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সংঘটিত কৰিলে এক অদ্ভুত কাণ্ড।উল্লেখ্য যে শুকুৰবাৰে আছিল ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশন !অধিৱেশনত উত্থাপন কৰাৰ কথা আছিল চৰকাৰৰ বাজেট।মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ৭ মিনিট সময় বিগত বৰ্ষৰ…

সমগ্ৰ দেশবাসীৰ বাবে এক সুখবৰ

খনিজ সম্পদত চহকী দেশ ভাৰতত উদ্ধাৰ লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ।এই লিথিয়াম বিদ্যুৎ চালিত বাহনৰ বেটাৰী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷খনি মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য সংসদত দাখিল কৰে।জিঅ’লজিকেল চাৰ্ভে অব ইণ্ডিয়াই জম্মু কাশ্মীৰৰ ৰিচাই জিলাত ৫.৯…

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত আসোঁৱাহ

ৰাজস্থানৰ দৌচাত বৃহস্পতিবাৰে প্ৰায় ১০০০ কিলোগ্ৰামতকৈয়ো অধিক বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা বিষয়াসকল।অহা ১২ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দৌচাত উপস্থিত…

ভয়ংকৰ মুদ্ৰাস্ফীতি, মূৰ্তি নিৰ্মাণত পৰা নাই যতি !

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মূৰ্তি নিৰ্মাণৰ যেন চলিছে এক অবাধ প্ৰতিযোগিতা।গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সুউচ্চ মূৰ্তিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত নিৰ্মাণ হৈছে বিভিন্ন মূৰ্তি।এইবাৰ ৰামৰ ভাতৃ লক্ষ্মণৰ মূৰ্তি উদ্বোধন হ’ল…

AIUDF ৰ প্ৰতি নৰম কিয় আৰক্ষী?

বিধায়ক আবাসত অপহৃত যুৱতীক আশ্ৰয় । লাভ জেহাদৰ মেৰপাকত চেঙাৰ AIUDF বিধায়ক আশ্ৰাফুল হুছেইন । বৰপেটাৰ এগৰাকী অপহৃত যুৱতীক অপহৰণকাৰীৰ সৈতে দিছপুৰৰ বিধায়ক আবাসত আশ্ৰয় দি বিৰ্তকত AIUDF ৰ বিধায়ক গৰাকী ।উক্ত ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ…