কাৰ ঠাঁৰত নাচিছে সৰ্বোচ্চ ন্যায়ালয়?
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে তুলিছে গুৰুতৰ অভিযোগ।সংগঠনটোৰ 'পঞ্চজন্য' নামৰ মুখপাত্ৰখনত উল্লেখ কৰা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ক দেশবিৰোধী শক্তিয়ে ব্যৱহাৰ কৰি আহিছে।বিজেপি চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত…