সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মিষ্টাৰ ৫৬ ইঞ্চি এতিয়া চীনক ৰঙা চকু নেদেখুৱায় কিয়ঃ মোডীক কটাক্ষ ৰাহুল গান্ধীৰ

ভাৰত-চীনৰ শেহতীয়া সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ ৰাজকুমাৰ ৰাহুল গান্ধীয়ে। উল্লেখ্য যে বিগত দেওবাৰে ভাৰতীয় আৰু চীনা সেনাৰ মাজত অনুষ্ঠিত হোৱা ১৩ সংখ্যক আলোচনা বিফল হৈছিল। লাডাখ সমস্যাক লৈ…

২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট্ পৰীক্ষা, নতুন তাৰিখ ঘোষণা শিক্ষা বিভাগৰ

◆ টেট্ পৰীক্ষাৰ্থী সকলৰ বাবে জৰুৰী খবৰ ◆ ২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট্ পৰীক্ষা ◆ সলনি কৰা হ'ল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট্ পৰীক্ষাৰ তাৰিখ ◆ ৩১ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে নতুন তাৰিখ

ভাৰতত প্ৰৱেশ পাকিস্তানী সন্ত্ৰাসবাদী

◆ পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৱেশ ভাৰতত ◆ ৰাজধানী চহৰ দিল্লীত গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদীক ◆ দিল্লী আৰক্ষীৰ বিশেষ শাখাই মাৰানস্ত সহ গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীতোক ◆ আৰক্ষীয়ে AK47 ৰাইফল, ৬০ ৰাউণ্ড গুলী, গ্ৰেনেড সহ দুই অত্যাধুনিক…

মহাবাহু ব্ৰহ্মপুত্ৰত পুনৰ ফেৰী দুৰ্ঘটনা

◆ ব্ৰহ্মপুত্ৰতৰ বুকুত পুনৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা ◆ নদীৰ মাজতে বিকল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী ◆ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুই শতাধিক লোক ◆ নির্মীয়মান গুৱাহাটী-উঃ গুৱাহাটী দলঙৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ফেৰীখনে ◆…

দেশত হ’ব পাৰে বিদ্যুৎ সংকটঃ আজি গৃহমন্ত্ৰী-শক্তিমন্ত্ৰী-কয়লা মন্ত্ৰীৰ বিশেষ বৈঠক

দেশত দেখা দিব পাৰে বিদ্যুৎ সংকট। কিয়নো দেশত কয়লাৰ নাটনিক লৈ এতিয়া চিন্তাত পৰিছে মোডী চৰকাৰ। কয়লাৰ নাটনিৰ বাবে ক্ৰমাগত ভাৱে হ্ৰাস পাইছে বিদ্যুৎ উৎপাদন। যোৱা কালি APDCLয়েও এখন বিশেষ পত্ৰযোগে বিদ্যুতৰ নাটনিৰ কথা ৰাজহুৱা কৰিছিল। দেশত বিদ্যুতৰ…

৬ বিদ্ৰোহী সংগঠনৰ কেডাৰে যোগদান কৰিলে বিজেপিত

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সন্ত্ৰাসবাদ নিৰ্মূল আৰু জনজাতীয় এলেকাত শান্তি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলঙত শান্তি আৰু প্ৰগতিৰ ৰেলী অনুষ্ঠিত কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় চৰকাৰৰ লগত বহু কেইটা…

UPSC পৰীক্ষাত একেলগে উত্তীৰ্ণ হোৱা দুই ভগ্নীয়ে কেনেদৰে প্ৰস্তুতি চলাইছিল?

কিছুদিন পূৰ্বে ঘোষণা কৰা হল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ সৰ্বোচ্চ মেধা সম্পন্ন পৰীক্ষাৰ্থীৰ মাজৰ পৰা চলিত বছৰৰ বাবে নিৰ্বাচন কৰি উলিওৱা হল ৭৭২ গৰাকীকৈ প্ৰশাসনিক সেৱাৰ বিষয়া। কিন্তু দেশৰ এই ৭৭২ গৰাকী সু-সন্তানৰ মাজত…

দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকে ল’ব লাগিব ভেকচিনৰ তিনিটা পালিঃ বিশ্ব স্বাস্থ্য সংস্থা

ক'ভিড ভেকচিনৰ তৃতীয় পালি সম্পৰ্কত বিশেষ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOই। বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন পৰ্যালোচকসকলে সোমবাৰে জনাইছে যে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকসকলে দুটাৰ পৰিৱৰ্তে তিনিটা ভেকচিনৰ পালি লোৱা উচিত।…

পূজাৰ বতৰত ৰাজ্যবাসীৰ বাবে ৭টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

◆ দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৭টাকৈ বৃহৎ ঘোষণা ◆ অৰুনোদয় আঁচনিৰ ধন ৰাশি ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে ◆ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে আৰু ৫ হাজাৰ লোকক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি ◆ অহা ১৫ নৱেম্বৰৰ পৰা…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ তুমুল সংঘৰ্ষ

◆ জম্মু-কাশ্মীৰৰ পুঞ্জত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ তুমুল সংঘৰ্ষ ◆ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰাৰ পাছত অভিযান চলাইছিল সেনাই ◆ উগ্ৰপন্থীৰ গুলীত এজন সেনা বিষয়া সহ ৫ জন যোৱান শ্বহীদ ◆ দুজনকৈ সেনাৰ উচ্চ পদস্থ বিষয়া গুৰুত্বৰ…