মহাবাহু ব্ৰহ্মপুত্ৰত পুনৰ ফেৰী দুৰ্ঘটনা

Share This Article

◆ ব্ৰহ্মপুত্ৰতৰ বুকুত পুনৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা

◆ নদীৰ মাজতে বিকল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী

◆ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুই শতাধিক লোক

◆ নির্মীয়মান গুৱাহাটী-উঃ গুৱাহাটী দলঙৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ফেৰীখনে

◆ দুৰ্ঘটনাটোৰ ফলত ‘এম ভি বাঘবৰ’ নামৰ ফেৰীখনৰ এটা ইঞ্জিন বিকল হৈ নিয়ন্ত্রণহীনভাৱে উটি গৈ ভূতনাথ পালেগৈ

◆ সন্ধিয়া ফাঁচীবজাৰৰ পৰা উত্তৰ গুৱাহাটীলৈ ৰাওনা হৈছিল ফেৰীখন

◆ অৱশেষত ‘আৰ পি পুঠিমাৰী’ ফেৰীখনে উদ্ধাৰ কৰে ‘এম ভি বাঘবৰ’ যাত্ৰীসকলক

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.