সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পূজাৰ বতৰত ৰাজ্যবাসীৰ বাবে ৭টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

◆ দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৭টাকৈ বৃহৎ ঘোষণা

◆ অৰুনোদয় আঁচনিৰ ধন ৰাশি ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে

- Donation -

◆ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে আৰু ৫ হাজাৰ লোকক প্ৰদান কৰা হ’ব অৰুণোদয় আঁচনি

◆ অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে মাইক্ৰ’ফাইনেন্সৰ ঋন উভতাই দিব

◆ ঋন লোৱা ১১লাখ মহিলাক প্ৰদান কৰিব ২৫ হাজাৰকৈ টকা

◆ বাকী থকা ১০ লাখ মহিলাকো ঋণ উভতাই দিয়াৰ প্ৰক্রিয়া আৰম্ভ হ’ব

◆ ১ লাখ চাকৰিৰ প্রক্ৰিয়া চৰকাৰৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে

◆ শিক্ষা,স্বাস্থ্য, আৰক্ষী আদি বিভাগত নিযুক্তিৰ প্রক্ৰিয়া আৰম্ভ কৰা হৈছে

◆ এতিয়াৰ পৰা ‘মিছন বসুন্ধৰা’ আঁচনিৰ আধীনত মাটি বাৰীৰ সকলো কাম সমাপণ হ’ব অনলাইনতে

◆ Employment Exchangeৰ কাম সমূহো হৈ উঠিব সম্পূৰ্ণ অনলাইন মাধ্যমত

◆ DTO অফিচৰো সকলো কাম অনলাইনতে হ’ব

◆ আধাৰ কাৰ্ডৰ সকলো সমস্যা সমাধান কৰিব ৰাজ্য চৰকাৰে

◆ ৩১ আগষ্টৰ ভিতৰত সকলোকে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে

Leave A Reply

Your email address will not be published.