২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট্ পৰীক্ষা, নতুন তাৰিখ ঘোষণা শিক্ষা বিভাগৰ

◆ টেট্ পৰীক্ষাৰ্থী সকলৰ বাবে জৰুৰী খবৰ

◆ ২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট্ পৰীক্ষা

◆ সলনি কৰা হ’ল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট্ পৰীক্ষাৰ তাৰিখ

◆ ৩১ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে নতুন তাৰিখ

Leave a Reply

Your email address will not be published. Required fields are marked *