ওপজা দিনত পিতৃক সুঁৱৰি সামাজিক মাধ্যমত কি লিখিছে পুত্ৰ গৌৰৱ গগৈয়ে?

আজি ৰাজ্যৰ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন। পিতৃক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে পুত্ৰ তথা যুৱ সাংসদ গৌৰৱ গগৈয়ে। ফেচবুকত নিজৰ অফিচিয়েল পেজত গগৈয়ে লিখিছে – “Until my last breath, I will fight for every Indian, for…

পাকিস্তান-ভূটানত কেনেকৈ ইমান কম দামত পোৱা যায় পেট্ৰ’ল?

ভাৰতত দিনক দিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ মূল্যই শতক অতিক্ৰম কৰিছে। কিন্তু ভাৰতত পেট্ৰ’লৰ মূল্য উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে পাকিস্তান-ভূটান-নেপাল-বাংলাদেশ-শ্ৰীলংকা কিম্বা ভেনিজুৱেলাত কেনেকৈ ইমান কম দামত পোৱা যায় পেট্ৰ’ল? জানি আচৰিত হব যে ভূটানত পেট্ৰ’লৰ মূল্য মাত্ৰ…

দেশজুৰি আজি কংগ্ৰেছৰ মৌনব্ৰত কাৰ্যসূচী

◆ মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মৌন ব্ৰত ◆ উত্তৰ প্ৰদেশৰ খেৰিৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ◆ ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ,শিৱামনি বৰা, নুৰুল হুদা,জাকিৰ হুছেইন আৰু ভৰত নৰহ আদি জেষ্ঠ্য নেতাৰ অংশগ্ৰহণ ◆ দেশ কঁপাই…

ৰাজ্যত দেখা দিব বিদ্যুৎ সংকটে

◆কয়লাৰ অভাৱত দেশজুৰি ব্যাহত হৈছে বিদ্যুৎ উৎপাদন ◆ অসমতো দেখা দিব বিদ্যুৎ সংকটে ◆ তাপবিদ্যুৎ প্ৰকল্পত হ্ৰাস পাইছে উৎপাদন ◆ ৰাজ্যতো সঘনে লোডশ্বেডিং হোৱাৰ সম্ভাৱনা ◆ ৰাজহুৱা জাননীযোগে এই কথা জনালে APDCL কৰ্তৃপক্ষই

‘কা’ আন্দোলন পুনৰ জোৰদাৰকৈ চলাব আছুৱে: দীপাংক নাথ

◆ পুনৰ ‘কা’ আন্দোলন জোৰদাৰকৈ চলাব আছুৱে ◆শোণিতপুৰত এই মন্তব্য কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে ◆ ক’ভিডৰ জটিল সময়ৰ বাবে স্তিমিত হৈ আছিল আন্দোলন

আজি মহাষষ্ঠী

আজি মহা ষষ্ঠী । মহা ষষ্ঠীৰ দিনাই উখল মাখল পৰিবেশ সমগ্ৰ ৰাজ্য। ঢাক ঢোল লৈ দেবী দূৰ্গাৰ প্ৰতিমা সমুহ লৈ যোৱা হৈছে নিজ নিজ পূজা মণ্ডপত সমুহলৈ। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সন্ধ্যাৰ ভাগলৈ ষষ্ঠীৰ বেদীত প্ৰতিস্থা কৰা হ’ব দেবী দূৰ্গাক…

শেষ কৰিব বিচাৰিলেই শেষ নহয় AIUDF দলঃ কংগ্ৰেছক হুংকাৰ বিধায়ক ৰফিকুল ইছলাম

বিগত বিধানসভা নিৰ্বাচনত কান্ধত কান্ধ মিলাই ৰাজ্যৰ শাসনভাৰ দখল কৰিবলৈ চেষ্টা কৰি নিৰ্লজ্জ আত্মসমৰ্পণ কৰাৰ পিছত এতিয়া তুংগত উঠিছে কংগ্ৰেছ-AIDUFৰ বাকযুদ্ধ। এতিয়া মিত্ৰতা ভংগৰ পিছত নিশকতীয়া কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে AIUDFক। ইয়াৰ বিপৰীতে কংগ্ৰেছক হুংকাৰ দি AIUDFৰ বিধায়ক…

ধৰ্মান্তৰকৰণক লৈ কি ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে আকৌ এবাৰ ধৰ্মান্তৰকৰণৰ ওপৰত এটা বিবৃতি প্ৰকাশ কৰিছে। ভাগৱতে কৈছে যে আমি আমাৰ ল’ৰা-ছোৱালীক তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান কৰিবলৈ আৰু উপাসনা কৰিবলৈ শিকোৱা উচিত যাতে তেওঁলোকৰ মন আন ধৰ্মৰ প্ৰতি ঢাল নাখায়। লগতে ভাগৱতে…

উত্তৰ প্ৰদেশত কৃষক হত্যাৰ প্ৰতিবাদত আজি মহাৰাষ্ট্ৰত হাল্লাবোলঃ বন্ধ থাকিব দোকান-পোহাৰ

উত্তৰ প্ৰদেশত কৃষক হত্যাৰ প্ৰতিবাদত আজি মহাৰাষ্ট্ৰচ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক সকলে। সেয়েহে আজি মহা বিকাশ আঘাদী বা MVA চৰকাৰে উত্তৰ প্ৰদেশৰ কৃষকসকলৰ সৈতে একত্ৰিত হৈ বন্ধ আহ্বান কৰাৰ বাবে সমগ্ৰ মহাৰাষ্ট্ৰত বন্ধ থাকিব দোকান-পোহাৰ। কৃষকসকলৰ প্ৰতিবাদৰ সময়ত উত্তৰ…

পেট্ৰ’লৰ দাম বাঢ়িছে যদি খোজ কাঢ়ি যাওঁক-চাইকেল চলাওকঃ ভৱেশ কলিতা

দেশত এতিয়া উৰ্দ্ধমুখী হৈছে ইন্ধনৰ মূল্য। নিৰ্বিকাৰ চৰকাৰ-ৰাইজৰ হাহাকাৰ। কিন্তু ইয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পেট্ৰ’লৰ মূল্যবৃদ্ধি সম্পৰ্কত কৰা কিছু মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সম্পৰ্কে মন্তব্য কৰি সভাপতি কলিতাই কয় যে-আপুনি বজাৰ কৰিবলৈ গাড়ী লৈ…