সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশজুৰি আজি কংগ্ৰেছৰ মৌনব্ৰত কাৰ্যসূচী

◆ মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মৌন ব্ৰত

◆ উত্তৰ প্ৰদেশৰ খেৰিৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী

- Donation -

◆ ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ,শিৱামনি বৰা, নুৰুল হুদা,জাকিৰ হুছেইন আৰু ভৰত নৰহ আদি জেষ্ঠ্য নেতাৰ অংশগ্ৰহণ

◆ দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশৰ খেৰীৰ ঘটনাৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

◆ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অজয় মিশ্ৰকো বৰ্খাস্ত কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

◆ যিহেতু অজয় মিশ্ৰৰ পুত্ৰই বাহনেৰে প্ৰতিবাদকাৰী কৃষকক মহতিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছিল

Leave A Reply

Your email address will not be published.