ধৰ্মান্তৰকৰণক লৈ কি ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে আকৌ এবাৰ ধৰ্মান্তৰকৰণৰ ওপৰত এটা বিবৃতি প্ৰকাশ কৰিছে। ভাগৱতে কৈছে যে আমি আমাৰ ল’ৰা-ছোৱালীক তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান কৰিবলৈ আৰু উপাসনা কৰিবলৈ শিকোৱা উচিত যাতে তেওঁলোকৰ মন আন ধৰ্মৰ প্ৰতি ঢাল নাখায়। লগতে ভাগৱতে কয় যে সৰু সৰু ইচ্ছা আৰু বিয়াৰ বাবে মানুহ ধৰ্মান্তৰিত হব লগা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *