ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা ফ্ল’ৰিনা গগৈ

◆ অসমলৈ গৌৰৱ কঢ়িয়ালে যোৰহাটৰ কণমানি কন্যা ফ্ল’ৰিনা গগৈয়ে ◆ অৱশেষত ছুপাৰ ডান্সাৰ ৪ৰ বিজয় খিতাপ দখল কৰিলে ফ্ল’ৰিনাই ◆ ১৫ লাখ টকাৰ নগদ ধনসহ ট্ৰফি লৈ গৃহমুখী হ’ল ফ্ল’ৰিনা ◆ উল্লেখ যে ছুপাৰ ডান্সাৰ ৪ৰ বিচাৰকৰ দ্বায়িত্বত আছিল শিল্পা…

১৬ অক্টোবৰত AICCৰ বিশেষ বৈঠকঃ সলনি হ’ব নেতৃত্ব

১৬ অক্টোবৰত অনুষ্ঠিত হব AICCৰ এখন বিশেষ বৈঠক। এই বৈঠকত আগন্তুক ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা হব লগতে AICCৰ এগৰাকী নতুন সভাপতি নিৰ্বাচন কৰা হব। উল্লেযোগ্য যে বৰ্তমান ছোনিয়া গান্ধী নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিবাহ…

ৰাজনৈতিক চাণক্য প্ৰশান্ত কিশোৰৰ দৃষ্টিত এতিয়াও দুৰ্বল কংগ্ৰেছ

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ কাণ্ড লৈ সক্ৰিয়তা প্ৰত্যক্ষ কৰাৰ পাছতে কংগ্ৰেছ দললৈ শক্তি উভতি অহা বুলি ভাবিছিল দলৰ কৰ্মীসকলে। কিন্তু শেহতীয়াকৈ দেশৰ আগশাৰীৰ ৰাজনীতিজ্ঞ প্ৰশান্ত কিশোৰৰ এটা টুইটে চিন্তিত কৰি তুলিছে কংগ্ৰেছী সকলক। কংগ্ৰেছৰ নাম উল্লেখ নকৰাকৈ আওপকিয়াকৈ টুইটোত প্ৰশান্ত কিশোৰে…

ক’ভিদ প্ৰট’কল উলংঘা কৰি শাসক বিৰোধীৰ মনোনয়ন দাখিল

ৰাজ্যত অনুষ্ঠিত হ’ব লগিয়া উপ নিৰ্বাচনৰ বাবে শক্তি প্ৰদৰ্শনত ব্যস্ত শাসক বিৰোধী ৰাজনৈতিক দলসমূহ। মনোনয়ন দাখিলৰ বাবে প্ৰশাসনে জনোৱা আহ্বান নস্যাৎ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাইজক ক’ভিদ নীতি নিৰ্দেশনা মানিবলৈ কোৱা জনপ্ৰতিনিধি সকলৰ…

মাজুলীত পুনৰ চলিছে এটা ইঞ্জিন যুক্ত ফেৰীঃ নিৰ্বিকাৰ চন্দ্ৰমোহন পাটোৱাৰী

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাই ৫০ দিন অতিক্ৰম নকৰোতেই যেন সকলো পাহৰি গ’ল জল পৰিবহণ বিভাগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পুনৰ এবাৰ অমান্য হল মাজুলীত। কাৰণ মাজুলীত আকৌ আৰম্ভ হৈছে বিপদজনক ফেৰী সেৱা। পুনৰ মাজুলীবাসীক বিপৰ্য্যয়ৰ মাজলৈ ঠেলি…

উপ-নিৰ্বাচন সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে?

◆ উপ-নিৰ্বাচনক লৈ বিধায়ক অখিল গগৈৰ সংবাদমেল ◆ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত চৰকাৰৰ প্ৰৱঞ্চনাৰ অভিযোগ ◆ ঋণ মাফ কৰিম বুলি কৈ ২৫ হাজাৰ টকাৰ সাহাৰ্য্য চৰকাৰৰ ◆ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিছে মুখ্যমন্ত্ৰীয়ে

ICU ত ভৰ্তি নকৰিলে আত্মহত্যাৰ ভাবুকি দিছিল ৰাজকন্যাই

◆ পোহৰলৈ আহিছে ৰাজকন্যা বৰুৱাৰ ইটোৰ পাছত সিটো কলংকিত অধ্যায় ◆ চিকিৎসক নভনীল বৰুৱাৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি ◆ কেবিনৰ পৰা ICUত ভৰ্তি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৰাজকন্যাই ◆ ICU ত ভৰ্তি নকৰিলে আত্মহত্যাৰ ভাবুকি প্ৰদান কৰিছিল মডেল ৰাজকন্যাই ◆নভনীল বৰুৱাৰ…

ৰাজ্যত সংঘটিত হ’ব পাৰে ভয়ংকৰ কূটাঘাতঃ DGP ভাস্কৰজ্যোতি মহন্ত

সমাগত দুৰ্গা পূজা। পূজাৰ প্ৰাকক্ষণত ৰাজ্যত এতিয়া ভয়ংকৰ কূটাঘাতৰ আশংকা কৰিছে অসম আৰক্ষীয়ে। এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। চোৰাং চোৱাই অসম আৰক্ষীক দিয়া তথ্য অনুসৰি বহি: দেশৰ পৰা কূটাঘাতৰ আশংকা অধিক। ৰাজ্যবাসীক অধিক সতৰ্কতা…

বিপদত GNRC হাস্পতাল কৰ্তৃপক্ষ,আৰক্ষীৰ নজৰত GNRC

ৰাজ্য কঁপাই যোৱা গুৱাহাটী মহানগৰীৰ ৰুক্মীণী গাঁও কাণ্ডৰ নতুন মোৰ। মডেল ৰাজকন্যা বৰুৱা সন্দৰ্ভত এতিয়া বিপদত পৰিছে GNRC হাস্পতাল কৰ্তৃপক্ষ। ঘন্টা ঘন্টা জেৰাৰ সন্মুখীন হ’ল চিকিৎসক নৱনীল বৰাৰ লগতে GNRC হাস্পতালৰ উপ স্বাস্থ্য অধীক্ষক সৰোজ সিঙ। লগতে জেৰাৰ অন্তত GMCH…

ৰাজ্যৰ বজাৰত মূল্যবৃদ্ধিৰ লংজাম্প, ক’ত কিমান মূল্য ?

মুল্যবৃদ্ধিৰ জুইকুৰাই দহিছে ৰাজ্যৰ সাধাৰণ জনতাক। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য : ◆ ৰন্ধন গেছ : ৯৫২.৫০ টকা ◆ পেট্ৰ’ল : ১০০.৬৮ টকা ◆ ডিজেল : ৯২.৪৭ টকা ◆ কেঁচা মটৰ : ৩০০ টকা ◆ ফুলকবি…