Investigative reporting with dedication.

ৰাজ্যত অনুষ্ঠিত হ’ব লগিয়া উপ নিৰ্বাচনৰ বাবে শক্তি প্ৰদৰ্শনত ব্যস্ত শাসক বিৰোধী ৰাজনৈতিক দলসমূহ। মনোনয়ন দাখিলৰ বাবে প্ৰশাসনে জনোৱা আহ্বান নস্যাৎ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাইজক ক’ভিদ নীতি নিৰ্দেশনা মানিবলৈ কোৱা জনপ্ৰতিনিধি সকলৰ এনেধৰণৰ ভেকোঁ ভাওনাত অতিষ্ঠ হৈ পৰিছে এতিয়া ৰাজ্যৰ জনসাধাৰণ।




