সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ তুমুল সংঘৰ্ষ

◆ জম্মু-কাশ্মীৰৰ পুঞ্জত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ তুমুল সংঘৰ্ষ

◆ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰাৰ পাছত অভিযান চলাইছিল সেনাই

- Donation -

◆ উগ্ৰপন্থীৰ গুলীত এজন সেনা বিষয়া সহ ৫ জন যোৱান শ্বহীদ

◆ দুজনকৈ সেনাৰ উচ্চ পদস্থ বিষয়া গুৰুত্বৰ ভাবে আহত হয়

◆ উল্লেখ যে অন্য এক সংঘৰ্ষত সেনাৰ গুলীত নিহত হয় দুটাকৈ সন্ত্ৰাসবাদী

Leave A Reply

Your email address will not be published.