সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত প্ৰৱেশ পাকিস্তানী সন্ত্ৰাসবাদী

◆ পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৱেশ ভাৰতত

◆ ৰাজধানী চহৰ দিল্লীত গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদীক

◆ দিল্লী আৰক্ষীৰ বিশেষ শাখাই মাৰানস্ত সহ গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীতোক

◆ আৰক্ষীয়ে AK47 ৰাইফল, ৬০ ৰাউণ্ড গুলী, গ্ৰেনেড সহ দুই অত্যাধুনিক পিষ্টল জব্দ কৰে

◆ উল্লেখ যে সন্ত্ৰাসবাদীটোৱে ভাৰতীয় নাগৰিকৰ ভুৱা তথ্য লগত লৈ ফুৰিছিল

Leave A Reply

Your email address will not be published.