সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাঠ ফলা মেচিন জব্দ

মঙ্গলবাৰে পুৱতি নিশা দৰঙৰ শ্যামটিলা গাঁৱত বন বিভাগে অভিযান চলায়৷অভিযানত প্ৰায় ডেৰ লাখ টকীয়া প্ৰকাণ্ড কাঠ ফলা মেচিন জব্দ কৰে বিভাগটোৱে।বন বিভাগৰ মঙলদৈৰ বিট বিষয়া তপন দাসৰ নেতৃত্বত অভিযান চলাই শ্যামটিলাৰ শুক্ৰবৰীয়া বজাৰৰ সমীপৰ পৰা এটা…

কমতাপুৰৰ দাবীৰে সাক্ষাৎ মুখ্যমন্ত্ৰীক

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৫ ডিচেম্বৰত কোচ ৰাজবংশী জাতীয় পৰিষদ , কোচ- ৰাজবংশী সাহিত্য পৰিষদ আৰু কোচ- ৰাজবংশী মহিলা পৰিষদৰ নেতৃবৃন্দই সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। কোচ- ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয়…

অব্যাহত ৰাসৰ উন্মাদনা

ৰাজ্যত এতিয়াও শেষ হোৱা নাই ৰাসৰ উন্মাদনা ।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আছে ৰাস।ক’ভিডৰ সন্ত্ৰাসত দুটাকৈ বছৰত উৎসৱৰ তাৰিখ পাহৰি যোৱা অসমবাসীয়ে ৰাসৰ জৰিয়তে বোৱাইছে সম্প্ৰীতিৰ ঢল ।নগাঁৱৰ পশ্চিম জলাহ গাঁৱত সমন্বয়ৰ ধ্বজা উৰুৱাই আঘোণৰ…

হাইলাকান্দি কঁপালে টেট শিক্ষকে

হাইলাকান্দিত সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজৰ প্রতিবাদী আন্দোলন । সমগ্র অসমৰ লগত টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ উঠিছে হাইলাকান্দি জিলাও। টেট উত্তীর্ণ চুক্তি ভিত্তিক শিক্ষক সকলে হাইলাকান্দি চহৰৰ মাজমজিয়াত থকা শ্বহীদ স্মাৰকস্থলীত এখন…

ঘুমটি নাথাকে,মল থাকিব উৰিয়া গাঁৱত

নগাঁৱৰ উৰিয়া গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০০৩/২০০৪ বৰ্ষতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে পানীৰ দামত মাটি ক্ৰয় কৰিছিল।বৰ্তমান চাৰিলেনযুক্ত ঘাই পথ নিৰ্মাণ হোৱাৰ পাছত উৰিয়া গাঁৱৰ বাইপাছ চকৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে…

মোডী চৰকাৰ হায় হায় কিন্তু ক’ত?

শিৱসাগৰত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছে আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ অৰ্থাৎ AITUC ৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘট…

দুই ভগ্নীক বিয়া,ৰঙাঘৰৰ আলহী হ’ব দৰা?

যোৱা শুকুৰবাৰে মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত অনুষ্ঠিত হৈছিল এখন বিয়া।অসাধাৰণ এই বিয়া খনত ৰিংকি আৰু পিংকি নামৰ দুই যমজ ভগ্নীয়ে একেজন যুৱকৰ লগত স্বইচ্ছাই বিবাহত বহাৰ সন্মতি দিছিল।সেই অনুসৰি দুই অভিযন্তা ভগ্নীৰ বিবাহকাৰ্য একেজন দৰাৰ লগত সম্পন্ন…

মাটি খহি শেষ মাটিজুৰিৰ

কাটাখাল নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে হাইলাকান্দিত। হাইলাকান্দিৰ কাটাখাল নৈৰ গৰাখহনীয়াৰ ফলত হাইলাকান্দি জিলাৰ মাটিজুৰি গাঁৱৰ এটা পথ আৰু কেইবাটাও পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে ।যোৱা কেইবা বছৰ ধৰি মাটিজুৰি গাঁৱৰ ৩০ ৰৰো…

গণ নাট্য সংঘৰ হোজাই সমিতি গঠন

ভাৰতীয় গণ নাট্য সংঘৰ হোজাই জিলা সমিতি গঠনৰ উদ্দেশ্যে কালি হোজাই জিলাৰ লংকা হাইস্কুল প্রেক্ষাগৃহত এখন প্রতিনিধিত্বমূলক সভাৰ আয়োজন কৰা হয়। জ্যেষ্ঠ অধিবক্তা তথা সাহিত্য সমালোচক ভাৰত তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ আৰম্ভণিতে সভাৰ…