সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অভিযন্তাক অপদস্থক কৰাৰ বাবেই বিদ্যুৎ কৰ্তন

কচুৱাৰ ৰাঙলুবস্তিত বিগত এটা মাহ ধৰি বিদ্যুং কৰ্তন কৰি ৰখা হৈছে ।বিদ্যুৎ বিভাগৰ এনে টোগলকী কাণ্ডত স্থানীয় ৰাইজৰ মাজত লাগিছে হাহাকাৰ।২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ নামত কি ঘটিছে ৰাজ্যত ? কঠীয়াতলী বিদ্যুৎ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ।কচুৱাৰ…

খহনীয়াই খহাইছে ‘সপোন’

মাজুলীৰ মানিকা চাপৰিত লুইতৰ ব্যাপক খহনীয়াৰ সন্মুখীন হৈছে এচাম কৃষক।খহনীয়াত জাহ গৈছে কৃষকৰ সেউজীয়া সপোন।মাজুলীৰ মানিকা পথাৰত কৃষকৰ সেউজীয়া সপোন ভাঙি চূৰমাৰ কৰিছে লুইতৰ খহনীয়াই।লুইতৰ বুকুত জাহ গৈছে কৃষকৰ মাহ,সৰিয়হ, কবি, বিলাহীকে ধৰি…

স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ

নলবাৰী সদৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।প্ৰতিবাদী ৰাইজে ঘেৰাও কৰিছে নলবাৰী সদৰ আৰক্ষী থানা।উল্লেখ্য যে ২০২১ চনৰ ৩ ডিচেম্বৰত নিজ গৃহৰ পৰা এশ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল নলবাৰী জানিগোগৰ আলিফ মহম্মদ নামৰ এগৰাকী যুৱকৰ…

শিৱসাগৰত ‘ভাৰত জোড়ো’

আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ হয় অসম প্ৰদেশ কংগ্ৰেছৰ 'ভাৰত জোড়ো' যাত্ৰাৰ কাৰ্যসূচী।ৰংঘৰ বাকৰিৰ পৰা কংগ্ৰেছ কৰ্মী সকলে পদযাত্ৰা কৰি শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি দৰিকাপাৰত পদযাত্ৰা কাৰ্যসূচীৰ সামৰণি পেলায়।শিৱসাগৰ সমষ্টিত আজিৰ এই…

হোজাইৰ ‘হাম’ৰ বিৰুদ্ধে অভিযোগ

চিকিৎসাৰ নামত ৰোগীৰ জীৱনক লৈ ল’ৰাধেমালিৰ অভিযোগ উত্থাপন হৈছে হোজাই জিলাত থকা হাজী আব্দুল মাজিদ মেমোৰিয়েল হাস্পতাল (HAMM Hospital) কৰ্তৃপক্ষৰ বিৰুদ্ধে। হাস্পতালখনৰ বিৰুদ্ধে অতি গুৰুতৰ এই অভিযোগ উত্থাপন কৰিছে হাইলাকান্দি জিলাৰ কাৰিছেৰা গাওঁ…

চীনৰ সৃষ্টি আছিল কৰ’না

নিউয়ৰ্ক প’ষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজ্ঞানীজনে য়ুহানৰ লেবৰটৰীৰ পৰাই এই মানৱ সৃষ্ট ভাইৰাছটো বাহিৰ হৈছিল বুলি দাবী কৰিছে।য়ুহান লেবৰটৰীটো চীনৰ য়ুহান নগৰত অৱস্থিত।এই মহানগৰ খনতে প্ৰথম ভাইৰাছটো বিয়পি পৰিছিল ৷ য়ুহানত এই ভাইৰাছটো…

শিৱাজীক অপমান সিন্দে চৰকাৰৰ !

ছত্ৰপতি শিৱাজী মহাৰাজক অপমান সিন্দে চৰকাৰৰ। তাৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল’ব মহাৰাষ্ট্ৰ বিকাশ অগধীয়ে। উদ্ধৱ থাকৰেই এক সংবাদমেল সম্বোধন কৰি কয় “ আমি ১৭ ডিচেম্বৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ম।জিজামাতা উদ্যানৰ পৰা আজাদ…

বঙহৰ যুঁজ ,নিহত ১ জন

সোণাৰি সদৰ থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিলে আন এগৰাকী কনিষ্টবলক ৷ পুৱা কৰ্তব্য সম্পাদনৰ সময়ত তৰ্কাতৰ্কিৰ সৃষ্টি হোৱাৰ বাবে কনিষ্টবল দীপক কাকতিয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক।গুলীচালনাত নিহত হয় গকুল…

আপ বিজেপিৰ বি টীম !

গুজৰাটৰ বিধান সভাৰ নিৰ্বাচনত বিৰোধীৰ ভোট ভাগ হোৱাৰ আশংকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।আম আদমী পাৰ্টিক বিজেপিৰ বি টীম আখ্যা ভূপেন বৰাৰ।অআইইউডিএফক অসমত বিজেপিৰ বি টীম বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।বদৰুদ্দিন আজমলৰ উচতনিমূলক,…

টুইট কৰি গ্ৰেপ্তাৰ নেতা

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ চকেট গোখলেক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে।গুজৰাটৰ মৰ্বী দলং সম্পৰ্কত এটা টুইট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চকেট গোখলেক।উল্লেখ্য যে অৱশ্যে কোনটো টুইটৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ,সেয়া জনোৱা নাই দলটোৱে।গোখলেৰ এটা…