‘অতচ্ছে দিন’ত প্ৰায় ২ কোটিয়ে এৰিলে দেশ
চলিত বৰ্ষত প্ৰায় ২কোটি লোকে দেশ ত্যাগ কৰিছে ।ভাৰতত সংস্থাপন নাই সেয়ে দেশ ত্যাগ কৰা লোকৰ লানি লাগিছে।কিন্তু কিয় বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ সংখ্যা?দেশ এৰা ভাৰতীয়ৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দেশত।চলিত বৰ্ষত ১৩৭% বৃদ্ধি পাইছে দেশ এৰা…