সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলা। কবি-সাহিত্যিকৰ সমাৱেশেৰে মুখৰিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ। গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলা । সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ…

বিশ্বকাপ ফুটবল – আৰ্জেণ্টিনা ফাইনেললৈ, আচল মেছিক দেখা পালে ডালিচে !!

বিশ্বকাপ ফুটবল, ১৯৯০, ইটালী । বি গ্ৰুপৰ নিজৰ প্ৰথম খেলতেই পৰাজিত হ'ল আৰ্জেণ্টিনা । আফ্ৰিকান সিংহ কেমেৰুণৰ সন্মুখত প্ৰাক্তন বিজয়ী দলটো ২-১ গ'লত উজুতি খালে । কিন্তু তেওঁলোক বিচলিত হোৱা নাছিল । তাৰ পিছত ১৯৮৬ ৰ বিজয়ী আৰ্জেণ্টিনাই ছোভিয়েট…

জন্মদিনৰ বাবেই পিছুৱালে গোচৰৰ দিন !

উচ্চতম ন্যায়ালয়ত নিতৌ ভালেসংখ্যক গোচৰৰ শুনানি চলি থাকে। প্ৰতিটো দিনত বহুতো গোচৰৰ চূড়ান্ত ৰায়ো দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। স্বাভাৱিকতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ,ন্যায়াধীশকে ধৰি অধিবক্তা সকল ভীষণ ব্যস্ত। এনে ব্যস্ততাৰ বাবে…

ধনশিৰিৰ খুছী পালেগৈ স্পেইন

স্পেইনৰ মাৰিয়াই নিজৰ কৰি ল’লে ধনশিৰিৰ খুছীক।এটি অনাথ শিশুৱে পালে নতুন জীৱন ৷ কণমানিজনীৰ এতিয়া বয়স দুবছৰ । এদিন বোকাজানৰ ঘৰিয়ালডুবিত কোনো হৃদয়হীন মাতৃয়ে পেলাই দিছিল সদ্যোজাত শিশুটিক । যি সময়ত শিশুটিক উদ্ধাৰ কৰা হৈছিল তেতিয়া তাইৰ সমগ্ৰ দেহটো…

‘আৰে, আপুনিয়েই কৈ থাকিব নে’ ..

সুৰা নীতি সম্পৰ্কত প্ৰশ্ন কৰাত খং উঠিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ।বিষাক্ত সুৰা সেৱন কৰি মঙলবাৰে ৬ জন লোকৰ মৃত্যু হোৱাৰ ওপৰিও প্ৰায় ১৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈছিল।বিহাৰৰ চাৰণ জিলাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সম্পৰ্কত চৰকাৰক…

‘মুখ্যমন্ত্ৰী পূজা’ !

গুপ্তকাশী বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত বুধবাৰে পূজা অৰ্চনা আগবঢ়ালে মস্যজীৱি লোক সকলে।ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে ধূপ-ধূনা,নৈবদ্য,নাম-শ্ৰৱণ কীৰ্তনেৰে মুখৰিত হ'ল গুপ্তকাশী বিশ্বনাথ…

‘ভাৰত জোড়ো’ত দ্বিতীয় মনমোহন সিং !

RBI ৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন হ’ল ৰাহুল গান্ধীৰ সংগী ।'ভাৰত জোড়ো’ত সংগ দিলে ৰঘুৰাম ৰাজনে। ৰাজস্থানৰ চাৱাই মধুপুৰত বুধবাৰে 'ভাৰত জোড়ো' যাত্ৰাৰ সামৰণি পৰিব।'ভাৰত জোড়ো যাত্ৰা'ত বুধবাৰে অংশ ল’লে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে…

১৫ বছৰৰ বাবে নিৰ্বাসন !

২০৩৭ চনলৈ নিষিদ্ধ হ’ল এজন গঞা !১৫ বছৰৰ বাবে নিৰ্বাসন এজন গঞাক !প্ৰতিবেশীৰ গছ কাটি নিৰ্বাসিত হ’ল এজন ব্যক্তি।সীমাক লৈ কাজিয়া অসমতেই নহয়,বৃটিছ সকলৰো হয় সীমাক লৈ সংঘাত।নিজৰ প্ৰতিবেশীৰ সীমাৰ শতিকা পুৰণি স্মৃতি বিজড়িত গছ কাটি কঠোৰ শাস্তিৰ…

শীঘ্ৰেই উকলিব ড° হিমন্ত বিশ্ব শৰ্মাৰ দিন !

উত্তৰ-পূৱৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব ড° হিমন্ত বিশ্ব শৰ্মাক ! এনেদৰে মেঘালয়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । শ্বিলঙৰ ৰাজপথত বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীৰ হংকাৰ। উত্তৰ-পূৱ ভ্ৰমণ কালত…

অখিল গগৈৰ পত্ৰত কঁপিছে বিজেপি নেতাৰ বুকু

লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিমান আৰু লুণ্ঠন চলাব ? মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ফেচবুক প'ষ্টটোৰ সৈতে মই মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এখন নিৰ্দেশ পত্ৰ গাঁঠি দিছোঁ। আপুনি খুব ভালকৈয়ে জানে লিডু আৰু মাৰ্ঘেৰিটাত যোৱা…