সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ন্যায় নাপালে বিলকিছে !

বিলকিছ বানু। দেশৰ বাবে এটা চৰ্চিত নাম। ২০০২ চনৰ গুজৰাট। গুজৰাট তেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষত বিধ্বস্ত হৈ পৰিছিল। এয়া গোধৰা কাণ্ডৰ সময়।সিদিনা আছিল মে' মাহৰ তিনি তাৰিখ। সেই সংঘৰ্ষৰ সময়তে গুজৰাটৰ দাহোৰ জিলাৰ বাৰীয়া গাঁৱত হয় আক্ৰমণ। সেই গাঁৱৰে…

গেৰুৱা পিন্ধি কেৱল অভিনয় কৰিব নোৱাৰি !

শ্বাহৰূখ খান আৰু দিপীকা পাডুকন অভিনীত 'পাঠান' চলচ্চিত্ৰখনৰ এটা গীতৰ দৃশ্যই লগাইছে তোলপাৰ। চলচ্চিত্ৰখনৰ গীতটো মুক্তি দিয়াৰ লগে লগে বীৰ শিৱাজী গ্ৰুপে ইন্দোৰত চলচ্চিত্ৰখন নিষিদ্ধ কৰিব লাগে বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অভিনেতা শ্বাহৰূখ…

‘মনোহৰী’য়ে মুহিলে মন

ডিব্ৰুগড়ৰ চাহৰ বিশ্ব অভিলেখ।পুনৰ এবাৰ বিশ্ব বজাৰত ইতিহাস ৰচিলে ডিব্ৰুগড়ৰ মনোহাৰী গল্ড টীয়ে।চাহ নিলাম দৰৰ সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি উজনিৰ মনোহাৰী চাহ বাগিচাৰ উৎপাদিত চাহে পুনৰ এবাৰ বিক্রীৰ সৰ্বাধিক দৰ অতিক্রম কৰি নতুন অভিলেখ ৰচিলে…

চাইবাৰ কাণ্ডত জড়িত সাংবাদিক

তিতাবৰত সংঘটিত হৈছে এটা ভয়ংকৰ চাইবাৰ কাণ্ড।চাইবাৰ অপৰাধী চক্ৰৰ কৱলত পৰি তিতাবৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাওলোৱা হ'ল সহস্ৰজন।সাংবাদিকতা বৃত্তিত কলংক সানি বৃত্তিটোৰ লগত জড়িত তিতাবৰৰ চাৰিগৰাকী সাংবাদিকৰ নেতৃত্বত অপৰাধী চক্ৰটোৱে লুটি নিলে…

‘চীনা সৈন্যই পিটিছে ভাৰতীয় সেনাক!’

ৰাহুল গান্ধীক বহিস্কাৰ কৰক !কংগ্ৰেছৰ পৰা শীঘ্ৰেই বহিস্কাৰ কৰক ৰাহুল গান্ধীক !দম আছে যদি খাৰ্গেই লওক এই সিন্ধান্ত ! অৰুণাচল প্ৰদেশত চীনা সৈন্যইহে ভাৰতীয় সেনাৰ ওপৰত মাৰপিট কৰা বুলি মন্তব্য দিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।ভাৰতীয় জনতা…

আদানিৰ ‘ৰাজনীতি’ !

প্ৰতিশোধ পৰায়ণতাত নামিছে বিজেপিৰ ঘনিষ্ঠ আদানি  ! বিজেপিক হৰুৱাৰ প্ৰতিশোধ আদানিৰ ! হিমাচলত বন্ধ কৰি দিলে চিমেণ্টৰ কাৰখানা ! সংস্থাপন হেৰুৱালে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ।বিলাসপুৰ জিলাৰ এচিচি চিমেণ্ট প্লেণ্ট আৰু চলান জিলাৰ দৰলঘাটৰ অম্বুজা চিমেণ্ট…

ভয়ংকৰ সংকটত পাকিস্তান !

ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান বৰ্তমান জুৰুলা হৈছে ভয়ংকৰ আৰ্থিক সংকটত।পাকিস্তানৰ অৱস্থা বৰ্তমান ইমানেই ভয়াবহ যে ৰাষ্ট্ৰখনে ইয়াৰ কূটনৈতিক সম্পত্তি বিক্ৰীৰ সিন্ধান্ত লৈছে।পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক উফৰাই শাসনত বহিছিল…

কচুৱাত ওৱাজ মেহফিল আৰু দোৱা মেহফিল

বিশ্ব শান্তিৰ কামনাৰে শনিবাৰে নগাঁও জিলাৰ কচুৱা মধ্য জুৰিৰ পাৰ তাহফিজুল কোৰান হাফিজীয়া মাদ্ৰাছা প্ৰাংগনত আয়োজন কৰা হয় ওৱাজ মেহফিল আৰু দোৱা মেহফিল। এই উপলক্ষে মেহফিলত চাৰিজনকৈ ছাত্রক পবিত্র কোৰান শ্বৰীফ মুখস্থ কৰি হাজিজ হোৱা ছাত্রক ফুলাম…

দ্বিতীয় বৈকুণ্ঠত পৰিণত বিশ্বনাথৰ বিহালীৰ পিতাম্বৰ পীঠ ধাম

বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংছালী গাঁৱৰ ৰাধাকৃষ্ণ প্ৰণামী মন্দিৰ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তিৰ বাবে সপ্তাহ যোৰা কাৰ্যসূচী। ১২৫ শ্ৰীমদ্ ভাগৱত পাঠ ও শ্ৰীমদ্ ভাগৱত কৃষ্ণ কথা,১২৫ শ্ৰী তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ…

বিশ্ব কাপ ফুটবল- পি এছ জিৰ সতীৰ্থ এইবাৰ মুখামুখী যুঁজত

কাটাৰৰ  বিলিয়নাৰৰ মালিকনাধীন পেৰিছ ছেইন্ট জাৰ্মেই,. চমুকৈ পি-এছ-জি । কাটাৰৰ বিলিয়নাৰৰ মালিকনাধীন এই ক্লাবতে একেলগে খেলে ফ্ৰান্সৰ কিলিয়ান এমবাপে, ব্ৰাজিলৰ নেইমাৰ আৰু আৰ্জেন্টিনাৰ লায়নেল মেছিয়ে । বিশ্বৰ শ্ৰেষ্ঠ আক্ৰমণবিভাগ গঢ় লৈ উঠিছে এইটো…