সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মৃতদেহ লুকুৱাইছে আত্মীয়ই কিন্তু কিয়?

বিহাৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে মদাহীৰ মৃত্যুৰ সংখ্যাই।আৰক্ষীৰ ভয়ত মনে মনে জ্বলাইছে মৃতদেহ । সুৰা নিষিদ্ধ বিহাৰত কেনেকৈ সম্ভৱ এনে মৃত্যু ?বিহাৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে শতাধিক লোকে।বিহাৰ বিজেপিৰ সভাপতি সুশীল মোডীয়ে কয় "বিহাৰ…

কংগ্ৰেছত মোক্ষম আঘাত !

প্ৰধানমন্ত্ৰীৰ 'টোপ’ত ভোল গ’ল মেঘালয়ৰ কংগ্ৰেছী ।প্ৰধানমন্ত্ৰী দিল্লী নাপাওঁতেই দল এৰিলে কংগ্ৰেছীয়ে ।মেঘালয়ত ২০২৩ চনৰ প্ৰথম ভাগতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু…

নাখায়ো,নুশুৱেও,বেমাৰো নহয় চীনা সৈন্যৰ !

২০১২ চনৰ কথা। দুগৰাকী বৈজ্ঞানিক ক্ৰমে ইমানুৱেল চাৰ্পে আৰু জেনিফাৰ ডৌদনাই এক নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছিল।সেই প্ৰযুক্তিৰ নাম আছিল 'ক্ৰিছপাৰ'।এই মহিলা দুগৰাকীয়ে দাবী কৰিছিল যে মানুহৰ ডিএনএ ক্ৰিছপাৰৰ জৰিয়তে সলনি কৰিব পাৰি।এনেদৰে ডিএনএ সলনি…

নীলবাগানত হোজাই জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ

হোজাই জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ দেওবাৰে নীলবাগান শাখা সাহিত্য সভাৰ আতিথ্যত নীলবাগানত অনুষ্ঠিত হৈ যায়। দিনৰ এঘাৰ বজাত নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুপ কুমাৰ বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত আদৰণি…

জুবিন-ৰিমলীৰ নতুন বিহুগীত ‘হাঁচটি’ৰ নগাঁৱত শুভমুক্তি

জুবিন গাৰ্গ আৰু ৰিমলী শৰ্মা বৰাই কণ্ঠ নিগৰোৱা হাঁচটি নামৰ বিহুগীতটোৰ নগাঁৱত শুভমুক্তি দিয়া হয় । দেওবাৰে নিশা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গীতটোৰ শুভমুক্তি দিয়া হয়।আৰ…

বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত ড° সূৰ্য কমল বৰাৰ ‘ঘৰুৱা পৃথিৱী’ উন্মোচন

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সূৰ্য কমল বৰাৰ 'ঘৰুৱা পৃথিৱী' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।সোমবাৰে বিশ্বনাথৰ কল্যাণপুৰ স্থিত ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰালত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়।…

‘ভাৰত জোড়ো’ত অথন্তৰ

'ভাৰত জোড়ো' যাত্ৰাৰ সময়ত।অস্বস্তিত পৰিছে ৰাহুল গান্ধী !এটা বিশেষ শ্লোগানৰ বাবে অস্বস্তিত পৰিল ৰাহুল গান্ধী ! কি এই শ্লোগান ?ভাৰত জোড়ো যাত্ৰাই ১০০ দিনত ভৰি দিলে।দেওবাৰে পুৱা এই যাত্ৰা আৰম্ভ হয় ৰাজস্থানৰ দৌচাৰ পৰা।এই যাত্ৰাৰ সময়ত এক বিশেষ…

NEC ৰ সোণালী জয়ন্তী আৰম্ভ

উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী আৰম্ভ ।অংশ ল’ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে।উত্তৰ পূবৰ ৭ জন মুখ্যমন্ত্ৰী উপস্থিত।উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে শ্বিলঙত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত…

জিএনআৰচিৰ অদ্ভুত কাণ্ড !

মৃত্যু মহিলাৰ কিন্তু পঠিয়ালে পুৰুষৰ মৃতদেহ।উন্নত চিকিৎসাৰ দাবী কৰা চিকিৎসালয়ৰ প্ৰকৃত স্বৰূপ ওলাল।মহিলাৰ মৃতদেহৰ পৰিবৰ্তে পঠিয়ালে পুৰুষৰ মৃতদেহ।জ্যোতিকা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃতদেহৰ পৰিবৰ্তে পঠিয়ালে এজন পুৰুষৰ মৃতদেহ।ওদালগুৰিৰ জ্যোতিকা…

বিশ্বকাপ ফুটবলত আৰ্জেণ্টিনা জিকিলে বেয়া নাপায় লাভলীনাই !

●জিতেন গগৈ "নাই নাই,ফ্ৰান্স বা আৰ্জেণ্টিনা কোনো দলেই মোৰ ফেভাৰিটৰ তালিকাত নাই । ব্ৰাজিলো নাছিল। কিন্তু ফুটবলত আৰ্জেণ্টিনাৰ কথা বহুদিনৰ পৰা শুনি আহিছো ! আমাৰ নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰত এনেদৰে ক'লে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা…