NEC ৰ সোণালী জয়ন্তী আৰম্ভ

Share This Article

উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী আৰম্ভ ।অংশ ল’ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে।উত্তৰ পূবৰ ৭ জন মুখ্যমন্ত্ৰী উপস্থিত।উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে শ্বিলঙত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।সোণালী জয়ন্তীৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ ওপৰিও দুয়োগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।আজি সোণালী জয়ন্তী কাৰ্যসূচীৰ পিছতেই তেওঁলোক দুয়ো শ্বিলঙৰ পল’ ফিল্ডত এক বৃহৎ সমাৱেশত অংশ ল’ব।আজিৰ এই কাৰ্যসূচীৰ পিছতেই প্ৰধানমন্ত্ৰী আগৰতলালৈ যাব।ইতিমধ্যে উত্তৰ পূব পৰিষদৰ ৭ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্বিলঙত উপস্থিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.