স্বাস্থ্যকেন্দ্ৰত তলা,দেওবাৰ মানিছে কৰ্মচাৰীয়ে
প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী মহিলা !চিঞৰত গগণ ফালিছে মহিলাগৰাকীয়ে।আত্মীয়ই এম্বুলেন্সত লৈ আনিলে স্বাস্থ্য কেন্দ্ৰলৈ৷কিন্তু স্বাস্থ্য কেন্দ্ৰত ওলমি আছে এটা প্ৰকাণ্ড তলা।নিৰুপায় আত্মীয় !কাৰো হাতলৈ-মুখলৈ চোৱাৰ সময় নাই৷লগত অহা আশাকৰ্মীয়ে সহায়…