অৰ্থনৈতিক মন্দাৱস্থা !
বিশ্বৰ অন্যতম জনপ্ৰিয় অনলাইন মাৰ্কেটিং চাইট এমাজনে ইয়াৰ মুঠ ১৮,০০০ কৰ্মচাৰীক চাটাই কৰিব কোম্পানীটোৰ পৰা।সমগ্ৰ বিশ্বত দেখা দিয়া অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ বাবেই এমাজনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য বুলি এক বাৰ্তা প্ৰেৰণ কৰিছে কোম্পানীটোৰ…