Browsing Category
বিশ্ব
ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ
পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ…
ক’ৰোনাৰ ত্ৰাস- ‘চুপাৰ পাৱাৰ’আমেৰিকাত অজস্ৰ শিশুৰ বাবে ঘটিছে খাদ্যৰ অভাৱ
কোৰোণাৰ ত্ৰাসত তছনছ হৈছে বিশ্বৰ অৰ্থনীতি। পুঁজিপতি দেশসমূহো হাৰি যোৱা নাই এই ত্ৰাসৰ পৰা। বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ আভ্যন্তৰীণ অৰ্থনৈতিক পৰিকাঠামোত তীব্ৰ কোব সোধাইছে।
শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশিত অনুসৰি আমেৰিকাত দেখা দিছে খাদ্য সংকটে।…
মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু
মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম…