সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

তালিবানৰ অধীনলৈ যাব নেকি আফগানিস্তান ?

আফগানিস্তানত অব্যাহত আছে আফগান সেনা আৰু তালিবানৰ মাজত তয়াময়া যুদ্ধ ৷ তালিবানৰ লগত সমুখ সমৰত বাৰে বাৰে হাৰ মানিছে সেনাবাহিনীয়ে ৷এনেসময়তে অচিৰেই তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰি চৰকাৰৰ পতন ঘটাব বুলি ভৱিষ্যতবাণী কৰিছে  আমেৰিকাৰ চোৰাংছোৱা…

আফগানিস্তানত তালিবানৰ চহৰ দখলৰ চেষ্টা , ভাৰতীয়সকলক ওভতাই আনিবলৈ কি ব্যৱস্থা ?

তালিবানৰ আক্ৰমণত প্ৰায় অৱৰুদ্ধ হৈ পৰিছে আফগানিস্তানৰ মাজাৰ-ই –শ্বৰীফ চহৰ ৷আক্ৰমণৰ আশংকাত চহৰখনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ ব্যৱস্থা  গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷বিগত কিছুদিন ধৰি আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ-ই –শ্বৰীফ চহৰত সেনা আৰু…

পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ থাকিবগৈনে?

সোমবাৰে IPCC ৰ ৱৰ্কিং গ্ৰুপৰ এক প্ৰতিবেদন প্ৰকাশিত হৈছে। প্ৰতিবেদনখনে ভাৰতৰ বতৰ আৰু শতিকাৰ জলবায়ু সম্পৰ্কীয় বহুকেইটা উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে, পৰৱৰ্তী কেইটামান দশকত ভাৰতত তাপমাত্ৰা বৃদ্ধিৰ লগতে,খৰাং,ধাৰাষাণ…

বাংলাদেশত মন্দিৰত লুটপাত চলাই গ্ৰেপ্তাৰ হ’ল কোন ?

বাংলাদেশৰ খুলনা জিলাৰ ৰূপসা অঞ্চলত কেবাটাও মন্দিৰত লুটপাত  আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ চলোৱা ১০ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অভিযোগ অনুসৰি এই লোককেইজনে শণিবাৰে ৰূপসা অঞ্চলৰ শিয়ালী গাঁৱত চাৰিটাকৈ মন্দিৰত লুট পাত চলোৱাৰ…

কিয় চকুলো টুকি বাৰ্ছিলোনা এৰিলে মেছিয়ে ?

বিশ্ববিশ্ৰুত ফুটবলাৰ মেছিৰ চকুৰ চকুলোৱে দেওবাৰে তেওৰ অগণিত অনুৰাগীকো কন্দুৱাই গ’ল ৷আৰ্জেন্টিনাৰ ফুটবলাৰ গৰাকীয়ে স্পেনিছ ফুটবল ক্লাব বাৰ্ছিলোনাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত উচুপি উঠে ৷ দেওবাৰৰ দিনটোত এই দৃশ্য আছিল ফুটবলপ্ৰেমীসকলৰ বাবে হৃদয়…

লাভলীনাক পৰাজিত কৰা কোন এই বুছেনাজ ছুৰমেনেলী ?

অলিম্পিকত স্বৰ্ণজয় কৰিব নোৱাৰিলেও টকিঅ’ৰ বুকুত এক সোণালী অধয়ায়ৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ আৰু কৃতিত্বৰ গৰাকী হ’ল লাভলীনা ৷ কেৱল সেয়াই নহয় , অলিম্পিকৰ পদকৰ তালিকাত প্ৰৱেশ কৰা…

চাপত বেইজিঙ : দক্ষিণ চীন সাগৰত ভাৰতৰ যুদ্ধজাহাজ

বিগত এবছৰ ধৰি ভাৰত – চীনৰ মাজত অব্যাহত আছে সীমাকেন্দ্ৰিক বিবাদ৷ তাৰ মাজতে এইবাৰ বেইজিঙক চাপত ৰখাৰ বাবে আন এক কৌশল হাতত লৈছে নতুন দিল্লীয়ে ৷ এই কৌশল অনুসৰি ভাৰতীয় নৌ-সেনাৰ ইষ্টাৰ্ণ ফ্লিটৰ টাস্ক ফোৰ্চক দক্ষিণ পূৱ এছিয়াৰ দক্ষিণ চীন সাগৰ আৰু…

আত্মবিশ্বাসী লাভলীনা : ৰূপ নহয়, স্বৰ্ণ জয় কৰিব বিচাৰো

অলিম্পিকত পদক নিশ্চিত ৷ কিন্তু ক্ষান্ত হোৱা নাই লাভলীনা ৷ আজি কোৱাৰ্টাৰ ফাইনেলত টাইপেইৰ প্ৰতিদ্বন্দী চেন নিয়েনক ৪-১ ৰ ব্যৱধানত ধৰাশায়ী কৰাৰ পাছতে ব্ৰঞ্জৰ পদক নিশ্চিত হ’ল অসম কন্যাৰ ৷ কিন্তু ইয়াতেই থমকি ৰ’ব বিচৰা নাই লাভলীনা ৷ ছেমিফাইনেলত…

লাভলীনা : স্বৰ্ণজয়লৈ আৰু কিমান দূৰ ?

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ অসম কন্যা লাভলীনাক লৈ এতিয়া সপোন দেখিছে দেশবাসীয়ে। মেৰীকমৰ পিছতে দেশৰ অন্যতম মহিলা বক্সাৰ হিচাপে এটা সুকীয়া পৰিচয় আছে লাভ'লীনাৰ। অৱশ্যে দুৰ্ভাগ্যজনক ভাৱে অলিম্পিক ২০২০ৰ পৰা মেৰীকমে বিদায় লোৱাৰ পিছতে দেশবাসীৰ…

কি সাজেৰে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব লাভলীনা -মেৰী কমে?

আজিৰে পৰা আনুষ্ঠানিভাবে আৰম্ভ হ'ব টকিঅ' অলিম্পিক ৷ কিছুসংখ্যক অতিথিৰ উপস্থিতিত ক্ষন্তেক পাছতে আৰম্ভ হ'ব উদ্বোধনী অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ তাৰকা বক্সাৰ মেৰী কম আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৷ মেৰী কমৰ লগতে ভাৰতীয় পুৰুষ…