কি সাজেৰে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব লাভলীনা -মেৰী কমে?

Share This Article

আজিৰে পৰা আনুষ্ঠানিভাবে আৰম্ভ হ’ব টকিঅ’ অলিম্পিক ৷ কিছুসংখ্যক অতিথিৰ উপস্থিতিত ক্ষন্তেক পাছতে আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ তাৰকা বক্সাৰ মেৰী কম আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৷ মেৰী কমৰ লগতে ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ধ্বজা বাহকৰ ভূমিকা পালন কৰিব ৷ কিন্তু কি  সাজেৰে উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ সাজু হৈছে মেৰী কম , লাভলীনা ? সামাজিক মাধ্যমত উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে তেওলোকে শ্বেয়াৰ কৰিছে এই ফটোগ্ৰাফ –

মেৰী কম
টকিঅ’ত লাভলীনা
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.