Browsing Category
বিশ্ব
তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?
সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷…
তালিবানৰ বিৰুদ্ধে যুদ্ধত কিমান ব্যয় কৰিছিল আমেৰিকা দৰে দেশে?
২০০১ চনৰ ৭ অক্টোবৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে তালিবানক আফগানিস্তানৰ পৰা বহিষ্কাৰ কৰিবলৈ সশস্ত্ৰ আক্ৰমণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছিল যে তালিবানে আমেৰিকা যুক্তৰাষ্ট্ৰত ৯/১১ ৰ আক্ৰমণ সংঘটিত কৰা ওচামা বিন লাদেন আৰু আল-কায়দাৰ…
আফগানিস্তান ইছলামিক সন্ত্ৰাসবাদৰ নতুন ঘাটি হ’ব নেকি ?
তালিবানৰ পুনৰুত্থানত সুখী হৈ পৰিছে আল কায়দাৰ সমৰ্থকসকল। তালিবানৰ কাবুল দখলক ঐতিসাহিক জয় আখ্যা দিছে আফগানিস্তানৰ সুদূৰ প্ৰান্ত কুণাৰত বাহৰ পাতি থকা আল কায়দাৰ সমৰ্থকসকলে।ইয়াৰ লগে লগে আশংকা কৰা হৈছে যে বিশ্বৰ সকলো কট্টৰ ইছলামিক মৌলবাদী সংগঠনৰ…
কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিব আফগানী শৰনাৰ্থী?
তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল কৰাৰ পিছতে হুৱাদুৱা লাগিছে আফগান জনসাধাৰণৰ মাজত। এনে বিপদসংকুল পৰিস্থিতিৰ মাজতে আফগানিস্তানত অসুৰক্ষিত অনুভৱ কৰা লোক সকলৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনিছে এক সুখবৰ। ভাৰতত প্ৰৱেশৰ বাবে আবেদন জনোৱা…
২৭ বছৰীয়া আফগান মহিলা মেয়ৰ জাৰিফাই কিয় মৃত্যুৰ ক্ষণ গণিছে ?
চকুৰ পচাৰত সকলো সলনি হৈ গ’ল ৷ তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে প্ৰাণৰ শংকাত ভুগিছে লাখ লাখ নাগৰিক ৷ তালিবানৰ আগ্ৰাসনৰ ভয়াৱহতাৰ কথা ক’বলৈ গৈ শিয়ৰি উঠিছে আফগানিস্তানৰ কণিষ্ঠ মহিলা মেয়ৰ জাৰিফা গাফাৰি ৷ তেও কয় –‘তালিবানে আমাক কেতিয়া…
শ শ আফগান নাগৰিকক কঢ়িওৱা বিমানখন গৈছে ক’লৈ ?
কাবুলৰ পৰা পলায়ন কৰিবলৈ বিমান বন্দৰত অগণিত মানুহে ভিৰ কৰাৰ দৃশ্যই এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ আনকি বিমানৰ চকাত ওলমি পলায়ন কৰিব বিচৰা আফগান নাগৰিক মাজ আকশৰ পৰা সৰি পৰিছে ৷ তালিবানে কাবুল দখল কৰাৰ পাছতে সৃষ্টি হৈছে এই অভাবনীয়…
তালিবানৰ ৰঙাচকুৰ সন্মুখেৰে কেনেকৈ দেশলৈ উভতিল ১৩০ ভাৰতীয় ?
কাবুলৰ দূতাবাসৰ পৰা ১৩০ জন ভাৰতীয়ক উদ্ধাৰ কৰি অনা বায়ুসেনাৰ এখন বিমান ভাৰতত আহি উপস্থিত হৈছে ৷মঙলবাৰে বিমানখন গুজৰাটৰ জামনগৰত উপস্থিত হয় ৷ ১৯৯৬ ৰ পাছত ভাৰতে কাবুলৰ দূতাবাস খালী কৰিবলগীয়া হোৱা এয়া দ্বিতীয়টো ঘটনা ৷ ১৯৯৬ চনতো তালিবানে…
আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?
অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান…
আফগানিস্তানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কি ক’লে ?
আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে মূলত: জগৰীয়া কৰা হৈছে আমেৰিকাক ৷ আফগানিস্তানৰ মুক্তিৰ সপোন দেখুৱাই পুণৰ তালিবানৰ হাতত ক্ষমতা তুলি দিয়া কাৰ্যক বিশ্ব সমুদায়ে সহজভাৱে ল’ব পৰা নাই ৷ এনে প্ৰেক্ষাপটত নিজৰ পক্ষ সদৰী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি…
তালিবানক সহযোগিতাৰ আশ্বাস দি কি ক’লে চীনে ?
আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা হুৱা চুনিয়াংগে কয় যে আফগানিস্তানৰ নাগৰিকৰ নিজৰ ভাগ্য আৰু ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰক চীনে সন্মান কৰে ৷ তেও লগতে কয় যে…