Browsing Category
বিশ্ব
পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
•পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
•দ্বিতীয়ত মেক্সিকোৰ ৰাষ্ট্ৰপতি, ৩নং স্থানত ইটালীৰ প্ৰধানমন্ত্ৰী
•চতুৰ্থ স্থানত এঞ্জেলা মাৰ্কেল, পঞ্চম স্থানত অষ্ট্ৰেলিয়াৰ PM
•আমেৰিকাৰ ইণ্টেলিজেঞ্চ ফাৰ্ম দ্য মৰ্নিং…
ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?
অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷…
সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও
চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ…
WHO ৰ সকীয়ণি – আকৌ প্ৰাণঘাতক ৰূপত আহিছে ক’ৰোনা
মহামাৰী ক’ৰোনাৰ বিদায় সমাগত বুলি ভবাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন কৰিছে আন এক ভয়কৰ তথ্য ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ ধাৰণা – ক’ৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ বৰং নতুনকৈ আঘাত হানিব পাৰে বিশ্বৰ বিভিন্ন স্থানত ৷হুৰ…
ডেমন গেলগুটৰ কোনখন গ্ৰন্থলৈ এই বছৰৰ বুকাৰ বঁটা ?
আফ্ৰিকান লেখক ডেমন গেলগুটলৈ আগবঢ়োৱা হৈছে বুকাৰ বঁটা ৷ ‘দ্য প্ৰমিজ ‘ শীৰ্ষক উপন্যাসৰ বাবে তেওলৈ এই সন্মান প্ৰদান কৰা হৈছে ৷ বুকাৰ বঁটা লাভ কৰা তেও হৈছে দক্ষিণ আফ্ৰিকাৰ তৃতীয়গৰাকী সাহিত্যিক ৷ ইয়াৰ পূৰ্বেও ডেমন গেলগুটৰ ‘দ্য গুড ডক্টৰ’ আৰু ‘ইন…
মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত নিহত হিমাচলৰ ট্ৰেভেল ব্ল’গাৰ
মেক্সিকোত ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত নিহত হৈছে হিমাচলৰ এগৰাকী ট্রেভেল ব্ল’গাৰ ৷ নিহত ২৫ বছৰীয়া অঞ্জলি ৰায়ট নামৰ যুৱতীগৰাকীয়ে কেলিফ’র্নিয়াৰ ছান জোছত বাস কৰিছিল৷ উল্লেখনীয় যে অন্য এগৰাকী পর্যটকৰ সৈতে কেৰিবিয়ান ৰিজ’ট…
মুছলমান সকলক অত্যাচাৰ নকৰিবঃ ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে গৰজি উঠিল ৪৩ দেশ
চীনত উইঘুৰ মুছলমানসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠি আহিছে। কিন্তু এতিয়া চীনৰ এই দুৰ্ভগীয়া মুছলমান সকলৰ পক্ষত থিয় দিছে বিশ্বৰ ৪৩ খন দেশে। মুছলমান সকলক অত্যাচাৰ নকৰিব, মুছলমান সকলোৰো স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ…
তালিবানৰ উপ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ভাৰতৰ প্ৰতিনিধি দলে
🔴 অৱশেষত তালিবানৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হল ভাৰত
🔴 তালিবানৰ উপ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিল ভাৰতৰ প্ৰতিনিধি দল
🔴 আফগানিস্তানৰ উপ প্ৰধানমন্ত্ৰী আব্দুল ছালাম হানিফৰ সৈতে অনুষ্ঠিত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক
🔴 আফগানিস্তানক ঘেঁহু…
অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী
🔴 অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী
🔴 বাংলাদেশৰ কমিলা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়ালে লোকজনক
🔴 অভিযুক্ত লোকজনৰ নাম ইকবাল হুছেইন
🔴 কমিলা জিলাৰ চুজানগৰৰ আৱাসী ইকবালে ননুৱা দীঘাৰ পাৰৰ…
বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন
বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ'ব হুপি ল'ব পৰা ক'ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল'ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি…