অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী

Share This Article

🔴 অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী

🔴 বাংলাদেশৰ কমিলা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়ালে লোকজনক

🔴 অভিযুক্ত লোকজনৰ নাম ইকবাল হুছেইন

🔴 কমিলা জিলাৰ চুজানগৰৰ আৱাসী ইকবালে ননুৱা দীঘাৰ পাৰৰ পূজা মণ্ডপত ৰাখিছিল কোৰাণ

🔴 পূজাস্থলীৰ CCTV ফুটেজ চাই চিনাক্তকৰণ কৰা হয় ইকবালক

🔴 ইকবালৰ বিৰুদ্ধে সম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ অভিযোগ

🔴 পূজাস্থলীত কোৰাণ উদ্ধাৰৰ পিছতে বাংলাদেশত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল

🔴 কেইবাটাও মন্দিৰ লণ্ড-ভণ্ড কৰাৰ লগতে মৌলবাদীয়ে জ্বলাই দিছিল হিন্দুলোকৰ বাসগৃহ

🔴 সম্প্ৰদায়িক সংঘৰ্ষত ৬ জন হিন্দু লোক নিহত হোৱাৰ লগতে আহত হৈছিল শতাধিক

🔴 বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘটনাৰ লগত জড়িতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ

🔴 সমগ্ৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে সম্বোধন কৰে সংবাদ মেল

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.