সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা…

ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ইউক্ৰেইনৰ ৮ নাগৰিক

আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , ৰুছ সেনাই ইতিমধ্যে ইউক্ৰেইনৰ…

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দর্ভত ভাৰতৰ স্থিতিক লৈ কিয় চর্চা হৈছে বিশ্বত?

https://www.youtube.com/watch?v=r9yR9mRPmW0 আমেৰিকাকো জগৰ লব নোৱাৰে ভাৰতে৷ৰাছিয়াকো কৰিব নোৱাৰে বিৰোধিতা৷পৰিণতিত বিশ্বগুৰু আকৌ এবাৰ চর্চিত হৈছে বিশ্বত৷চর্চাৰ কাৰণ,ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দর্ভত ভাৰতে গ্ৰহন কৰা স্থিতি৷কিন্তু…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীলৈ সহাৰি নাই কিয় ভাৰত চৰকাৰৰ?

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ আশংকা। ইতিমধ্যে ৰাছিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেইনৰ লুহান্স আৰু দনেটস্ক নামৰ দুই অঞ্চল। সেয়েহে শংকিত হৈ পৰিছে অঞ্চলটোত আবদ্ধ স্থানীয় লোকৰ ওপৰিও বহুত ভাৰতীয় শিক্ষাৰ্থী তথা তেওঁলোকৰ পৰিয়াল। তাৰ মাজৰ…

তৃতীয় বিশ্বযুদ্ধ হ’লে ভাৰত আৰু চীনে কাৰ পক্ষ ল’ব ?

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে ক্ৰমাৎ চৰম ৰূপ ধাৰণ কৰিছে ৷ শংকিত হৈ পৰিছে বিশ্ব সম্প্ৰদায় ৷ প্ৰায় সকলো দেশেই নিজৰ নাগৰিকসকলক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে ৷ তাৰ পাছতে ৰাছিয়াই ইউক্ৰেইনৰ দুটা প্ৰান্তক স্বাধীন দেশ হিচাপে ঘোষণা কৰিছে ৷ দুয়োখন…

কিয় বাজিছে তৃতীয় বিশ্বযুদ্ধৰ দামামা ?

তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজিছে বিশ্বত ৷ যিকোনো মুহূৰ্ততে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে ইউৰোপ ৷ ইউক্ৰেইন সীমান্তত ৰুছ সেনাৰ তৎপৰতাই তাৰেই আগজাননী বহন কৰিছে ৷ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ব্লাডিমিৰ পুটিনে যুদ্ধ নিবিচাৰে বুলি ঘোষণা কৰিছে যদিও আমেৰিকা আৰু…

বলেৰে নহয়,চলেৰে ইউক্ৰেইন দখল কৰিব নেকি ৰাছিয়াই?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷মংগলবাৰে ইউক্ৰেইন সীমান্ত আগুৰি ধৰিছিল ৰাছিয়াই৷ৰাছিয়াৰ বিশাল সৈন্য বাহিনী,যুদ্ধ টেংকাৰ আৰু যুদ্ধ অস্ত্ৰ ইউক্ৰেইন সীমান্তত দেখা পোৱা গৈছিল চেটেলাইত ইমেজত৷ ৰাছিয়াৰ আক্ৰমণ নিশ্চিত হৈ পৰাত ইউক্ৰেইন ত্যাগ কৰিবলৈ নিজ দেশৰ…

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ…

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানীৰ নাম

শেহতীয়া বৰ্ষবোৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সমৃদ্ধিশালী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত। আদানী গ্রুপৰ স্বত্বাধিকাৰী গৌতম আদানীৰ নাম আজি প্ৰকাশ পায় এই তালিকাত। আনহাতে মুকেশ আম্বানী আটাইতকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ ১১…