সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে এক ভয়াৱহ পৰিস্থিতিত জনতা…

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই…

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে সমগ্র বিশ্ববাসীকে হতভম্ব কৰি ঘোষণা কৰিলে এই সিদ্ধান্ত। উল্লেখ্য যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম…

ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ অনা হ’ল নিজ বাসগৃহলৈ

চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ ১ মাৰ্চত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত মৃত্যু হৈছিল খাৰ্কিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ নবীনৰ। বজাৰ কৰিবলৈ বাহিৰলৈ ওলাই অহাৰ সময়ত হোৱা বোমা আক্ৰমণত মৃত্যু হৈছিল ছাত্ৰ গৰাকীৰ। নবীন ৰাছিয়া-ইউক্ৰেইন…

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা…

আকৌ বিশ্ববাসীয়ে কটাব লাগিব নেকি লকডাউনত?

আকৌ কোভিড আক্ৰন্ত হৈ মানুহ মৰিছে চীনত৷বিগত এটা বছৰৰ পিছত প্ৰথমবাৰলৈ কোভিড আক্ৰান্তৰ মৃত্যৰ খবৰ আহিছে চীনৰ পৰা৷চীনতেই আৰম্ভ হৈছিল কোভিডৰ সংক্ৰমণ৷কিন্তু বিশ্বক চমক দেখুৱাই কোভিড শূন্য হৈ উঠিবলৈ সক্ষম হৈছিল চীন৷কিন্তু কোভিড আক্ৰন্ত হৈ এটা বছৰৰ…

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব পাৰে?

প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ'ব? তাত্ত্বিকভাৱে, যেতিয়া এটা…

আফগানিস্তান আৰু ছিৰিয়াতকৈও ইউক্ৰেইনত অধিক ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে- ভলদিমিৰ জেলেন্সকী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেন্সকীয়ে মন্তব্য কৰি কয় যে আফগানিস্তান আৰু চিৰিয়াতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হৈছে এই সংঘৰ্ষত। ৰাছিয়াৰ ভাষাত সম্বোধন কৰি জেলেন্সকীয়ে ভাষণত কয় যে চিৰিয়া ,…

পুনৰ চীন আক্ৰান্ত কোভিডত

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে।…