Browsing Category
চৰ্চিত
কোনে কি দপ্তৰ হেৰুৱালে?
সলনি হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভা৷মন্ত্ৰীসভাত অন্তভুক্ত হ'ল দুজন নতুন মন্ত্ৰী৷সমান্তৰালভাবে ৰাজ্য চৰকাৰে কেইবাজনো মন্ত্ৰীৰ দপ্তৰ সলনি আৰু কৰ্তন কৰিছে।সেই অনুসৰি চন্দ্রমোহন পাটোৱাৰীৰ পৰা পৰিবহন বিভাগ কর্তন কৰা হৈছে৷ পৰিমল শুক্লবৈদ্যৰ পৰা কর্তন…
এজন নহয় , দুজন বিধায়কে পাব মন্ত্ৰিত্ব : কোন তেওঁলোক ?
এজন নহয় , দুজন বিধায়ক অন্তৰ্ভুক্ত হ’ব মন্ত্ৰীসভাত ৷ মাজুলীত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷
পূৰ্বে কৰা ঘোষণা অনুসৰি , পাহাৰীয়া জিলাৰ পৰা এগৰাকী বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত ৷ চৰ্চাত আছে বিধায়িকা…
নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কোম্পেনীক অসমত প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা কিয়?
বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা…
বিজেপি নেত্ৰীৰ হজৰত মহম্মদক অপমান: কোন দেশৰ কি প্ৰতিক্ৰিয়া ?
বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে…
ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ?
ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ?
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷
অহা আগষ্ট মাহৰ পৰা…
বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ?
বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ? দান নে ঠিকা? বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ?
https://youtu.be/eHjmj70lBMA
টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?
টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?
https://youtu.be/akFJH_K2cvs
বিজেপি নেত্ৰীৰ বাবে লজ্জানত হ’ল নেকি ভাৰত ?
বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্যই আন্ত:ৰাষ্ট্ৰীয় স্তৰত লজ্জিত কৰিছে ভাৰতক ৷ টাইমছ নাওৰ এক বিতৰ্কত ভাগ লৈ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত এক অতি অশালীন মন্তব্য কৰিছিল ৷ তাৰ পাছতেই দেশে বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়…
উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?
উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?
https://youtu.be/S5h3nuU9S_g