Browsing Category
চৰ্চিত
কোনো প্ৰধানমন্ত্ৰীয়েই ৭৫ বছৰীয়া ইতিহাসত ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰা এখন দেশ পাকিস্তান।
কোনো প্ৰধানমন্ত্ৰীয়েই ৭৫ বছৰীয়া ইতিহাসত ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰা এখন দেশ পাকিস্তান।কোনোবা যদি প্ৰধানমন্ত্ৰী হৈছে দুসপ্তাহৰ বাবে আন কোনোবা হৈছে সৰ্বাধিক ৪ বছৰ দুমাহৰ বাবে।অসম্পূৰ্ণ কাৰ্যকালেৰে প্ৰধানমন্ত্ৰী কেৰিয়াৰৰ জৱনিকা পেলোৱা…
শিৱসাগৰৰ সুৰজ গগৈক কোনে হত্যা কৰিলে ?
তিনিমহীয়া সন্তানৰ পিতৃ সুৰজ গগৈক আৰক্ষীয়ে গুলীয়াইছিল যোৱা ৩ মাৰ্চত ৷ এমাহ পাছত ৩ এপ্ৰিলত তেওৰ মৃত্যু হয় ৷ কিন্তু প্ৰকৃততে কি হৈছিল সুৰজ গগৈৰ লগত ? কি কয় পিতৃ – মাতৃয়ে ?
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে…
ধনী হৈছে চৰকাৰ, দুখীয়া হৈছে কিয় জনতা ?
পেট্ৰ’ল-ডিজেলৰ পৰা চৰকাৰে উপাৰ্জন কৰিলে ৮ লাখ কৌটি টকা, জনতাৰ উপাৰ্জন হ্ৰাস পালে ১ .২৬ লাখৰ পৰা ৯৯ হাজাৰ টকালৈ ৷ জনতাৰ জেপ লুণ্ঠনৰ সবিশেষ খবৰ দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত-
https://www.youtube.com/watch?v=HzGlNcKjuA4
মানুহ কিনা বেচা কৰিবলৈ ৰাজনৈতিক দললৈ ক’ৰ পৰা আহে ধন ?
অসমৰ ৰাজনীতিত ধনৰ উজান উঠিছে ৷ ধন দিয়া, ধন লোৱাৰ অভিযোগে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ এ আই ইউ ডি এফৰ মতে অখিল গগৈয়ে বিজেপিৰ পৰা লৈছে ১৫ লাখ টকা , কংগ্ৰেছ নেতাৰ মতে এ আই ইউ ডি এফে ৰিপুন বৰাৰ পৰা লৈছে ১ কৌটি ৬০ লাখ টকা , নীলমনি সেন ডেকাৰ…
কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?
এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ…
জিঅ’ৰ দৰেই বিনামূলীয়া হ’ব ঔষধ
জিঅ'ৰ দৰেই বিনামূলীয়া হ'ব ঔষধ।
https://www.youtube.com/watch?v=k9znYMj-iIo
চুবুৰীয়া ৰাষ্ট্ৰৰ অস্থিৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ভাৰতকো
ব্যাপক মূল্যবৃদ্ধিৰ বাবেই অৱশেষত ইস্তাফা দিবলগীয়া হ’ল এখন চৰকাৰে ৷ ইস্তাফা দিলে সম্পূৰ্ণ কেবিনেটে ৷ তাৰ পাছত বিৰোধীক চৰকাৰত চামিল হোৱাৰ অহ্বান ৰাষ্ট্ৰপতিৰ ৷ এই ঘটনা শ্ৰীলংকাৰ ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ লৈছে ৷…
ফাল্গুনী পাঠকে লাভ কৰিলে গ্ৰেমী সন্মান
বিগত ৰবিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত অনুষ্ঠিত ৬৪তম গ্ৰেমী এৱাৰ্ড অনুষ্ঠানত কণ্ঠশিল্পী ফাল্গুনী পাঠকক বঁটা প্ৰদান কৰা হয়। সংগীত শিল্পী এ আৰ ৰহমানো এই অনুষ্ঠানত উপস্থিত থাকে পুত্ৰ আমিনৰ সতে।
তাৰোপৰি পাকিস্তানৰ কণ্ঠশিল্পী আৰুজ আফটাবে…
পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?
দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম…
চাৰি মাহত আৰু কি কি নিষিদ্ধ হ’ল কর্নাটকত?
দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক,…