সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

গৃহৰক্ষী মানে ‘কলীয়াপানী’ত চাকৰি !

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিমানেই সফলতাৰ ঢাকঢোল নবজাওক,তেওঁৰ দায়িত্বত থকা গৃহবিভাগৰ গৃহৰক্ষীয়ে খোৱা পানী,চিকিৎসা আদিৰ অভাৱত নিৰ্বাসনত থকাৰ দৰে দিন অতিবাহিত কৰিবলগীয়া হয়।অসম মেঘালয় সীমান্তত খাছী দুৰ্বৃত্তৰ হাতত নিহত গৃহৰক্ষী জোৱান…

বিফলতা ঢাকিবলৈ ‘বনবীৰ’ উপাধি প্ৰদান !

সুদীৰ্ঘ ৫ টা দিনৰ অন্তত অসম মন্ত্ৰীসভাৰ সদস্য সকলৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলো দিল্লীৰ পৰা আহি গুৱাহাটীত ভৰি থয়হি শনিবাৰে। গুৱাহাটীত উপস্থিত হৈয়ে মৃত বনকৰ্মী বিদ্যাছিং লেকথেৰ ঘৰত উপস্থিত হয়গৈ মুখ্য কাৰ্যবাহী তুলিৰাম…

বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীক নিৰ্যাতন

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ ভৱনত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰকাৰ্চ ইউনিয়নে আয়োজন কৰিলে সাধাৰণ সভা। শক্তিখণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ যৌথ মঞ্চ Assam State Outsource Power Worker Union এ অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মীৰ…

২টা হাতীয়ে জ্বলাকলা খুৱাইছে চিচিবৰগাঁওবাসীক

চিচিবৰগাঁৱত দুটা বনৰীয়া হাতীয়ে তহিলং কৰিছে ৰাইজৰ পকা ধান। চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা, দীঘলী, উদমৰা আদি গাঁৱত আজি পুৱতি নিশা দুটা বনৰীয়া হাতী প্ৰৱেশ কৰি ৰাইজৰ পকা ধান খাই গচকি তহিলং কৰিছে । আজি পুৱা গেলুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দুটা…

সেউজ বিপ্লৱ খুচুলুপাৰাত

বঙাইগাঁও চহৰৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ,ছাত্ৰীক অনা নিয়া কৰা স্কুল ভেন চালক ৫ গৰাকী যুৱকে দেখুৱাইছ আদৰ্শ । ৫ বন্ধুৱে মিলি আৰম্ভ কৰিছে বিভিন্ন কৃষি কৰ্ম ৷ সময় অপচয় নকৰি কৃষি কৰ্মত আত্মনিয়োগ কৰিছে খুচুলুপাৰাৰ এই কেইগৰাকী উদ্যেমী শিক্ষিত যুৱকে…

মেৰাপানীত স্বাস্থ্য মেলা

মেৰাপানীত আত্ম সহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ। মেৰাপানীৰ চাউদাং পথাৰ মেৰাচুকত অনুষ্ঠিত হৈছে স্বাস্থ্য মেলা। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মেৰাপানী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত একতা…

মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰহাত উঠিল ধোঁৱাচাঙত

ৰহাত বানাক্ৰান্তৰ বান সাহাৰ্য বিচাৰি হাহাকাৰ।অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল হাত খুলি বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰা।প্ৰকৃততে কিমানজন লোকে পালে বান সাহাৰ্য ? বানত সৰ্বস্ব হেৰুৱা…

বিদ্যাছিং লেকথেৰ মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড?

বিদ্যাছিং লেকথেৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক তথ্য ফাদিল হৈছে গৃহৰক্ষী বাহিনীৰ সংবাদমেলত। চৰকাৰ-প্ৰশাসনৰ হেমাহিৰ বাবেই মৃত্যু নেকি বিদ্যাসিং লেকথেৰ ? মৃত্যুৰ কিছুদিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰিছিল গৃহৰক্ষী বাহিনীৰ জোৱানে। স্থানীয় কাৰ্বি…

ডক্টৰেট হ’ল ছিৰখাত হুছেইন

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক ছিৰখাত হুছেইনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত সমাৱৰ্তনত প্ৰদান কৰা হ'ল এই সন্মান। শিক্ষাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱা, ভাৰত চৰকাৰৰ শিক্ষা…

ৰান্ধনীৰ প্ৰতিবাদত কঁপিল শিৱসাগৰ

শিৱসাগৰ জিলা প্ৰাথমিক বিদ্যালয়ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰায় শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন শিৱসাগৰ জিলা সমিতিয়ে কেইবাটাও দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰি বকেয়া ধন…