Browsing Category
ৰাজ্য
বণিয়াক বৰপীৰা,থলুৱাক খেদাৰ প্ৰতিবাদ
নগাঁৱৰ উৰিয়াগাঁৱত অসম যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।থলুৱা ৰাইজৰ ভূমি বহিঃৰাজ্যৰ বণিয়াক গটোৱাৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ…
পত্নীক তলা মাৰি আত্মহত্যা শিক্ষা বিষয়াৰ
বজালীৰ জিলা শিক্ষা বিষয়া নিশিপদ দাসৰ ৰহস্যজনক আত্মহত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলত।পাঠশালাৰ জ্যোতিনগৰৰ বাসিন্দা ৪৮ বছৰীয়া নিশিপদ দাসে বুধবাৰে পুৱতি নিশা নিজৰ শোৱনি কোঠাত পত্নীক তলা লগাই থৈ পাকঘৰৰ ভিতৰত চিপ লয় বুলি জানিব…
মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ছিণ্ডিকেট !
পাণ,কণী,গৰু অথবা মাছৰ ছিণ্ডিকেট নহয়, ৰাজ্যত এতিয়া চলি আছে এম আৰৰ ছিণ্ডিকেট ।এচাম শিক্ষিতই জনস্বাস্থ্যলৈ গুৰুত্ব নিদি ঔষধৰ নামত আৰম্ভ কৰিছে দালালি আৰু গুণ্ডাগিৰি যাৰ বৰ্হিপ্ৰকাশ ঘটিল নগাঁৱত ।ময়ূৰৰ ৰাজসভাত যেন ফেউৰাৰ চিঞৰ ৷ জীৱনদায়িনী ঔষধৰ…
এটা বছৰ হিয়া ঢাকুৰিলে অনিমেষৰ মাতৃয়ে,কিন্তু …
গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হ’ল আজি। আজিৰ দিনটোতেই এদল জিঘাংসুৰ হাতত প্ৰাণ হেৰুৱাইছিল অনিমেষ ভূঞাই ।সেই দিনটো আছিল ২০২১ চনৰ ২৯ নবেম্বৰ।সম্পূৰ্ণ এটা বছৰ পাৰ হৈ গ'ল। কিন্ত আজিও ন্যায় নাপালে আনিমেষ ভূঞা নামৰ এজন…
অমৃত সৰোবৰৰ নামত ‘বিহ’ ঢালিলে দখলকাৰীৰ ঘৰত !
তিতাবৰত অমৃত সৰোবৰ পুখুৰী খন্দাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷৮৪ নং মেলামাটি গাঁও পঞ্চায়তৰ ডফলাটিং গাঁৱত পুখুৰী খন্দাৰ বাবে ভূমি এৰি দিবলৈ অস্বীকাৰ দখলকাৰীৰ৷প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত৷পঞ্চায়তখনত…
ধৰ্ম সলালে হেৰুৱাব জনজাতিৰ মৰ্যাদা !
গুৱাহাটী প্ৰেছ ক্লাৱত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ সংবাদমেল । জনজাতি সকলৰ ধৰ্ম,পৰম্পৰা,ৰীতি-নীতি,সংস্কৃতি সুৰক্ষা কৰাৰ স্বাৰ্থত সংবাদমেল।সংবিধানৰ ৩৪২ ধাৰাত সৰু ক্ৰুটি ৰৈ যোৱাৰ বাবেই জনজাতীয় লোকৰ মাজত ধৰ্মান্তৰকৰণ বন্ধ…
চুপাৰীত লাগিব S O P
শীঘ্ৰেই বৰাকৰ থলুৱা চুপাৰীৰ এছঅ’পি ঘোষণা হ’ব - এই কথা সদৰী কৰিলে বিধায়ক সুজামুদ্দিন লস্কৰে।
খুব কম দিনৰ ভিতৰতে বৰাকৰ থলুৱা চুপাৰী বহিঃ ৰাজ্যলৈ সৰবৰাহ হ'ব । চৰকাৰে এই বিষয়ে এছঅ’পি প্ৰস্তুত কৰিছে । অহা দুই এদিনৰ ভিতৰত ওলাব নতুন এই এছঅ’পি।…
প্ৰথম জন মুখ্য কাৰ্যবাহীক স্মৰণ
সংযুক্ত মিকিৰ হিলছ জিলা পৰিষদ বৰ্তমান কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্য্যবাহী সদস্য জননায়ক খৰছিং তেৰাঙৰ ৬৮ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ।ডিফুৰ কাছা ষ্টেডিয়াম আৰু ডিফু চিলড্ৰেন পাৰ্কৰ ওচৰত থকা প্ৰয়াত খৰছিং তেৰাঙৰ…
বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !
এইবাৰ অসম আৰক্ষীৰ আলহী হ'ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী। এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ । শুকুৰ আলী নামিছে এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত ।ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী।এইগৰাকী শুকুৰ আলীক উজনি অসমৰ শদিয়াৰ…
প্ৰতিভাৰ সন্ধানত ব্যস্ত বড়ো ছাত্ৰ সন্থা
ওদালগুৰি জিলাৰ মাজবাটত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কেন্দ্র সমূহ হৈছে নাহেৰুৱা হাইস্কুল, মাজবাট কলেজ, জিংগাবিলৰ আছৰাবাৰীৰ…