Browsing Category
ৰাজ্য
বছৰটোত মাত্ৰ ৪০ দিন পাঠদান চৰকাৰী বিদ্যালয়ত !
ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ বুধবাৰে অসম বিধানসভাৰ মজিয়াত উদঙাই দিলে বিধায়ক অখিল গগৈয়ে।যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষাবৰ্ষটোত বৰ্তমানলৈকে ৪০ দিনো ভালদৰে পাঠদান নোহোৱাৰ অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ। ড°…
হাতুৰীৰ কোব পৰিব ৰবীন্দ্ৰ ভৱনত
বহু শিল্পী-কলা কুশলীৰ স্মৃতি বিজড়িত ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ।অতি শীঘ্ৰে ভাঙি পেলোৱা হ'ব ৰবীন্দ্ৰ ভৱন ।গুৱাহাটীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱনত শীঘ্ৰে পৰিব হাতুৰীৰ কোব । তাক লৈ…
শিলনী নদীত উটি গ’ল এজন
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিলনীত বনভোজ খাবলৈ আহি সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন লোকৰ।কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ সমীপৰ শিলনীত পৰ্যটক সকলৰ বাবে আকৰ্ষণীয় আৰু নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহি সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন ৩৭ বছৰীয়া…
পুনৰ মুখা খুলিল মিথ্যাচাৰী মুখ্যমন্ত্ৰীৰ
বন্ধন বেংকৰ লিগেল নটিছে হাহাকাৰ লগাইছে গ্ৰামাঞ্চলত ।মুখ্যমন্ত্ৰীৰ ঘোষণাই কাল হল কামপুৰৰ সাহিত্যিক পেঞ্চনাৰ মোলান পৰিয়ালত।এতিয়া ঋণ অনাদায় মহিলালৈ বন্ধন বেঙ্কৰ লিগেল নটিছ আহিছে । সেয়ে হাহাকৰ কৰিছে ঋণ লোৱা মহিলা সকলে।কামপুৰৰ সাহিত্যিক পেঞ্চনাৰ…
স্বাস্থ্যকেন্দ্ৰত তলা,দেওবাৰ মানিছে কৰ্মচাৰীয়ে
প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী মহিলা !চিঞৰত গগণ ফালিছে মহিলাগৰাকীয়ে।আত্মীয়ই এম্বুলেন্সত লৈ আনিলে স্বাস্থ্য কেন্দ্ৰলৈ৷কিন্তু স্বাস্থ্য কেন্দ্ৰত ওলমি আছে এটা প্ৰকাণ্ড তলা।নিৰুপায় আত্মীয় !কাৰো হাতলৈ-মুখলৈ চোৱাৰ সময় নাই৷লগত অহা আশাকৰ্মীয়ে সহায়…
পানেৰীৰ বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ আদৰণীয় পদক্ষেপ
ওদালগুৰিৰ পানেৰীস্থিত বেটাৰ লাইফ মেডিকেল চেণ্টাৰে দৰিদ্ৰ লোকসকলক সু-স্বাস্থ্য প্ৰদানৰ উদ্দেশ্যেৰে কেইবাটাও নতুন সেৱা আগবঢ়াইছে। ভেৰগাঁও, টংলাৰ বিভিন্ন অঞ্চলকে ধৰি জিলাখনৰ বহুতো পিছপৰা গাঁও তথা আৰ্থিকভাৱে পিছপৰা লোকসকলে ধনৰ অভাৱত বিভিন্ন ৰোগত…
শিৱসাগৰত উচ্ছেদ
শিৱসাগৰ নগৰৰ ষ্টেচন চাৰি আলিত থকা শিৱসাগৰ নগৰ ৰেল ষ্টেচনৰ ভূমি অবৈধ ভাবে দখল কৰি থকা দুটা পৰিয়ালক আজি ৰেল বিভাগে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰে।বাৰম্বাৰ জাননী প্ৰদান কৰাৰ পাছতো বেদখলকাৰী পৰিয়াল দুটাই ভূমি এৰি নিদিয়াত আজি বল প্ৰয়োগ…
নুমলীগড়ত সদৌ অসম আমন্ত্রণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’
নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত আয়োজিত সদৌ অসম আমন্ত্রণমূলক সপ্ত ছহিদ সোঁৱৰণী ষষ্ঠ বার্ষিক একাংক নাটক প্রতিযোগিতাত ৰাজ্যখনৰ ১৪ টা দলে যোগদান নিশ্চিত কৰিছে । ইতিমধ্যে আয়োজক সমিতিয়ে ইয়াৰ…
‘ৰসগোল্লা’টোহে সৰু আছিল !
জোৰোণৰ বস্তু কেইপদক লৈ সুখী নহয় কইনাঘৰীয়া ! যৌতুকৰ সম্পদক লৈ অসুখী দৰাঘৰ !
ৰাইজে জিভা টপালি ছাগলী মাংসৰে বিয়াখন খালে কিন্তু তাৰ পিছত অভিযোগ গোল্লাটোহে মাত্ৰ সৰু আছিল !
বিয়া পাতি কইনাৰ দেউতাক দেউলীয়া হোৱাও দেখা যায়।মাছে-মঙহে খুৱাই দৰাও…
কি আৰু সাহিত্য কৰিব,দৰমহাই নাই !
“প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে অসম সাহিত্য সভাৰ সভাপতিয়ে”-এই অভিযোগ অসম সাহিত্য সভা কল্যাণ পৰিষদৰ ।দুমাহৰ দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল অসম সাহিত্য সভাৰ সভাপতিয়ে কিন্তু পিছে দিব নোৱাৰিলে কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি।পুনৰ অসম সাহিত্য সভা…