সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

পুনৰ গুৱাহাটী IIT ত মৃত্যু ছাত্ৰৰ

গুৱাহাটীৰ আইআইটিত যেন মৃত্যুৰ কিৰিলি।শুই থকা অৱস্থাতে প্ৰতিষ্ঠানটোৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। শিক্ষা প্ৰতিষ্ঠানখনৰ দিহিং ছাত্ৰাবাসৰ ৩৩৭নং কোঠাত এজন ছাত্ৰক অচেতন অৱস্থাত উদ্ধাৰ কৰে সহপাঠীয়ে ।অচেতন অৱস্থাত উদ্ধাৰ কৰা ছাত্ৰ জনক…

১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচি সফল সামৰণি অসম গ্ৰন্থমেলা 

সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বিপুল আনন্দ আৰু জ্ঞানোৎসৱৰ সফল সামৰণি ঘটাই আজি নিজম পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু…

CPI (M)ৰ সমাবেশ নগাঁৱত

নগাঁৱত চি পি আই(এম)ৰ জন সমাবেশ৷ সমস্যাৰ গৰাহৰ পৰা সৰ্বসাধাৰণক উদ্ধাৰ কৰাৰ দাবীৰে হৈছে এই সমাৱেশ।ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মাৰ্ক্সবাদীৰ ৰাজ্যিক সমিতিয়ে সোমবাৰে নগাঁৱত এক জন সমাবেশ অনুষ্ঠিত কৰে ।ইয়াৰ সৈতে সংগতি ৰাখি দলটোৱে নগাঁও চহৰৰ মাজেৰে…

আমগুৰিক বিলুপ্ত হ’বলৈ নিদিয়ে কৃষক মুক্তিয়ে

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।আমগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ বিভিন্ন দল সংগঠনৰ।১০৩ নং আমগুৰি বিধান সভা সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে দুঘন্টীয়া অৱস্থান ধৰ্মঘট…

আমগুৰিক বিলুপ্ত হ’বলৈ নিদিয়ে কৃষক মুক্তিয়ে

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।আমগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ বিভিন্ন দল সংগঠনৰ।১০৩ নং আমগুৰি বিধান সভা সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে দুঘন্টীয়া অৱস্থান ধৰ্মঘট…

পাভত চলিব উচ্ছেদ

১০ জানুৱাৰীৰ পৰা আৰম্ভ হব পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান।চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে চলিব এই অভিযান।এইবাৰ লখিমপুৰৰ নাওবৈচাৰ পাভ সংৰক্ষিত বনাঞ্চলত চৰকাৰৰ উচ্ছেদৰ প্ৰস্তুতি।অহা ১০ জানুৱাৰীত আৰম্ভ হ’ব পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ…

বৰভেটিত দুৰ্ঘটনা,নিহত ১জন

নগাঁৱৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাবে আহত হৈছে আন এজন ছাত্ৰ।নিহত ছাত্ৰজনৰ নাম গোপাল শইকীয়া।গোপালৰ ঘৰ নগাঁৱৰ ফুলগুৰিত ।বেবেজীয়াৰ জামুগুৰিৰ মানবেন্দ্ৰ নাথ নামৰ ছাত্ৰজন গুৰুতৰভাবে আহত হৈছে৷আহত ছাত্ৰ…

SI ৰ গুলীত প্ৰাণ গ’ল SP ৰ

ধেমাজি জিলাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।ডিব্ৰুগড় সদৰ থানাৰ উপপৰিদৰ্শক আলোক কোৱঁৰে পুৱাই সংঘটিত কৰে এক অপ্ৰত্যাশিত ঘটনা।নিশাৰ কৰ্তব্য সম্পাদন কৰি পুৱা ধেমাজিত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী অধীক্ষক অমূল্য বৰুৱাক নিজৰ চাৰ্ভিছ পিষ্টলেৰে ৩…

গ্ৰন্থৰ বতাহে কঁপাইছে ডিফুকো

মুন কুমাৰ ডেকাই সম্পাদনা কৰা 'ডঃ ফুকন চন্দ্ৰ ফাংচ' ' আৰু টংক কোঁৱৰৰ ' লংকিহঁতৰ কেংলংপ' অভিযান' গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে।বিশিষ্ট সাহিত্যিকগৰাকীয়ে ডঃ ফুকন চন্দ্ৰ ফাংচ'ৰ অৱদান আৰু কৰ্মৰাজিৰ ওপৰত…

কুটিল ষড়যন্ত্ৰৰ বলি বিপিফৰ প্ৰাক্তন বিধায়ক ?

প্ৰাক্তন বিধায়ক তথা জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতিক আটক ।উল্লেখ্য যে তিনিওজন আছিল বিপিএফৰ নেতা । কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা বিপিএফৰ নেতা , প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন…