Investigative reporting with dedication.
১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচি সফল সামৰণি অসম গ্ৰন্থমেলা

সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বিপুল আনন্দ আৰু জ্ঞানোৎসৱৰ সফল সামৰণি ঘটাই আজি নিজম পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা এই…










