Browsing Category
ৰাজ্য
আলফাত মোক্ষম আঘাত
তিনিচুকীয়াৰ লিডুত আলফা-সেনাৰ সংঘৰ্ষ !সংঘৰ্ষত নিহত উদয় অসম নামৰ আলফাৰ সদস্যজন!বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই সংঘৰ্ষ!পাটকাইৰ মালো গাঁৱত বাহৰ পাতি আছিল উদয় অসম !উজনি অসমৰ বহু ধনদাবী ঘটনাৰ লগত জড়িত উদয় অসম !উদয় অসম ওৰফে উদয় লাহন নিহত হোৱাৰ…
খুঁটাৰ ফাঁট পৰিদৰ্শন উপায়ুক্তৰ
মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণত ব্যাপক বিসংগতি ধৰা পৰিছে।জিলা উপায়ুক্ত কাবেৰী শৰ্মাই খান্দিবলৈ দিলে ৮ নং খুঁটা।মাজুলী - যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আজি পৰিদৰ্শন কৰে মাজুলী জিলাৰ উপায়ুক্ত কাবেৰী শৰ্মাই। উপায়ুক্ত গৰাকী দক্ষিণপাটত…
শিৱদৌলত ৫ দিনীয়া শিৱ পূজা
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগনত অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা।বুধবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰে শিৱদৌল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈয়ে।১৭ ফেব্ৰুৱাৰীৰ পৰা…
ঋণতো ৰেহাই নহ’লেই,মুখ্যমন্ত্ৰীৰ সাক্ষাতো নাপায় জালুকবাৰীৰ মহিলাই
মুখ্যমন্ত্ৰীক বিচাৰি দিছপুৰ পালেহি এদল মহিলা। মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত চৰকাৰে ৰামঠগন দিয়াৰ অভিযোগ মহিলাৰ।অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি , মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত বঞ্চনা মহিলাক ।
নিৰ্বাচনত জয়ী হৈ মহিলাৰ দুৰ্দশাৰ কথা পাহৰিলে…
নাড্ডাৰ বাৰ্তা লৈ ডিব্ৰুগড়ত বিজেপি সভাপতি
২৪ৰ নিৰ্বাচনৰ কুচকাৱাজ লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক সভাপতি।২৪’ৰ নিৰ্বাচনৰ কুচকাৱাজ ডিব্ৰুগড়ত আৰম্ভ বিজেপিৰ ৰাজ্যিক সভাপতিৰ। গুজৰাট মডেলত এইবাৰ অসমত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। জে পি নাড্ডাই বিজেপিৰ নেচনেল একজিউকিটিভ কাউঞ্চিলৰ সভাত এই আগ্রহ…
২৫ হাজাৰ দৰমহাৰ দাবীত প্ৰতিবাদ আশাকৰ্মীৰ
হোজাইৰ শংকৰদেৱ নগৰত AITUC ,অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নে মঙলবাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।আঁচনিভুক্ত শ্ৰমিক আৰু আশাকৰ্মী সকলৰ ন্যায্য প্ৰপ্তিৰ দাবীত শংকৰদেৱ নগৰত এইদৰে প্ৰতিবাদ সাৱস্ত কৰে কৰ্মীসকলে।আশা কৰ্মীক চৰকাৰী স্বীকৃতি…
ধৰা পৰিল জগদম্বা কাণ্ডৰ ডকাইত
লখিমপুৰৰ জগদম্বা ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডৰে জড়িত ৪জনক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ।প্ৰাঞ্জল শইকীয়া ওৰফে মইনা,এলভিন সোনাৰ (ALNA ৰ সৈতে জড়িত,ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড)মেচৰ আলি ওৰফে ঠিকাদাৰ, আৰু খলিলুৰ ৰহমানক গ্ৰেপ্তাৰ লখিমপুৰৰ ভিন্ন প্ৰান্তৰ…
গুলীয়াগুলি নহয় নাচগান সীমান্তত
হাইলাকান্দিত আয়োজন কৰা হৈছে অসম মিজোৰাম সীমান্ত উৎসৱৰ । উৎসৱত ককাঁল ভাঙি নাচিলে হাইলাকান্দি আৰু মিজোৰামৰ কলাসীৱ জিলাৰ দুই উপায়ুক্ত আৰু আৰক্ষী বিষয়া সকলে ।যোৱা কেইটামান বছৰৰ পৰা অসম আৰু প্ৰতিৱেশী ৰাজ্য মিজোৰামৰ মাজত সম্পৰ্কৰ যথেষ্ট অবনতি…
বন্দী ‘অপৰাধী’ হ’ল টপাৰ
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী এজন যুৱকে স্নাতকোত্তৰ পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে ২০১৯ চনত গুৱাহাটীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আছিল যুৱকজন।২৯ বছৰীয়া সঞ্জীৱ তালুকদাৰ নামৰ যুৱকজন ছাত্ৰ…
সাহিত্য সভাৰ শোভাযাত্ৰাত জিলিকিল লোককৃষ্টি
আজি অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ শুকুৰবাৰে চতুৰ্থদিন।নাৰায়নপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভযাত্ৰা বাহিৰ কৰা হয় । মাধৱদেৱ…