সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

ঐক্যবদ্ধ বিৰোধীয়েহে প্ৰতিৰোধ কৰিব বিজেপিক !

উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।নেতৃত্বৰ ভুলৰ বাবেই দেশৰ ৰাজনীতিত অপ্ৰাসংগিক হৈছে কংগ্ৰেছ।বিজেপিক পৰাজিত কৰিবলৈ হলে অসমত এআইইউডিএফৰ সংগ…

সাংবাদিকলৈ ফেল’শ্বিপ ঘোষণা

দ্য নেচনেল ফাউণ্ডেচন ফৰ ইণ্ডিয়া চমুকৈ এন এফ আইৰ মিডিয়া ফেল’শ্বিপ কাৰ্যসূচীৰ অন্তৰ্গত স্বতন্ত্ৰ সাংবাদিকৰ বাবে আগবঢ়োৱা ষষ্ঠ লানি মিডিয়া ফেল’শ্বিপৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ‘অসম বাণী’ কাকতৰ সৈতে যুটীয়া সহযোগিতাত, অসমীয়া ভাষাত…

কাজিৰঙাত সাংবাদিক সন্মিলন

কাজিৰঙাৰ বন আৰু জনৰ সমান্তৰালকৈ কাষৰীয়া বিভিন্ন এলেকাৰ দুখ-দুৰ্দশা, অভাৱ-সমস্যা, সফলতা-সংৰক্ষণ, সাহিত্য-সংস্কৃতি আদি সম্বন্ধীয় বিভিন্ন বিষয় বিভিন্ন সময়ত তুলি ধৰাৰ প্ৰয়াস কৰা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশনখনি অহা ৫ মাৰ্চত…

শৰ্মা-চাংমাৰ বৈঠক !কিহৰ ইংগিত এইয়া

২মাৰ্চত মেঘালয়,নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ভোট গণনা অনুষ্ঠিত হ’ব।ইতিমধ্যে ৰাজ্য কেইখনত ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।কিন্তু বৃহস্পতিবাৰৰ ভোট গণনাৰ আগদিনা অৰ্থাৎ বুধবাৰে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰী একেলগে এক বৈঠকত বহিল।এই বৈঠকে বহন…

কাৰ্বি আংলঙে সোঁৱৰিলে পিতৃ পুৰূষক

ডিফুত কাৰ্বি আংলঙৰ পিতৃ পুৰুষ ছেমচনছিং ইংতিৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন । পাহাৰীয়া জিলা কাৰ্বি আংলঙত জিলাখনৰ পিতৃপুৰুষ প্ৰয়াত ছেমচনছিং ইংতিৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । জিলাখনৰ বিভিন্ন অনুষ্ঠান…

ডায়েটৰ অধ্যক্ষই ধন নিদিয়ে ফাইল নাচায়

হাইলাকান্দিৰ ডায়েট অধ্যক্ষই অন কেমেৰা উৎকোচ লোৱাৰ দৃশ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।কামৰ ঠিকা দিয়াৰ বাবে বিষয়াক দিব লাগে ধন । ধন অবিহনে ফাইল'ত এটা চহীও ন'কৰে হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( DISTRICT INSTITUTE OF EDUCATION…

ৰৌতাত বিৰোধী দলপতি

কংগ্ৰেছৰ নেতাদ্বয় দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনৰ দৈফাঙৰ এনকাউন্টাৰস্থলী পৰিদৰ্শন।অসমত এতিয়া চলিছে মুক্ত হত্যা। এই অভিযোগ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। কেনাৰামৰ ঠাইত ডিম্বেশ্বৰৰ মৃতদেহ ওলোৱাৰ পিছত মঙলবাৰে ওদালগুৰিৰ ৰৌতাৰ দৈফাঙত আহি…

সৌৰশক্তি চালিত যঁতৰৰ উদ্ভাৱন

শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ নতুন উদ্ভাৱন।বৈদ্যুতিক তথা সৌৰশক্তি চালিত যঁতৰ উদ্ভাৱন কৰি চমক সৃষ্টি অভিজিতৰ।জোনবাই ৰিচাৰ্জেব'ল এল ই ডি বাল্বৰ পিছত এইবাৰ জোনবাই যঁতৰ। মাত্ৰ চুইচ টিপিলেই ববিনত মেৰ খাব সূতা।হয়, এতিয়াৰে পৰা শিপিনী সকলে…

উচ্ছেদিতৰ ৰণচণ্ডী ৰূপ বুঢ়াচাপৰিত

বুঢ়াচাপৰিৰ উচ্ছেদিতৰ হাতত প্ৰহৃত বনকৰ্মী।ভাঙিলে বুলডজাৰ।জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।এতিয়াও উত্তেজনা মাৰ যোৱা নাই বুঢ়াচাপৰি অভয়াৰণ্যত।বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰি বন শিবিৰ এলেকাত সোমবাৰে সংঘটিত হ'ল এই ঘটনা…

বেলি ফুলেৰে আকাশ স্পৰ্শ কৰাৰ মন ৰীণাৰ

বেলি ফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন বকলীয়াঘাট হাতীপুৰাৰ এগৰাকী কাৰ্বি জনজাতীয় মহিলাৰ । নাম তেওঁৰ ৰীণা বে'পী ।কেৱল পাকঘৰতে আৱদ্ধ নাথাকি ৰীণা এতিয়া সকলোৰে বাৱে আদৰ্শ কৃষক । নিজৰ লৰা ছোৱালীৰ আলৈ আহুকাল মাৰিও বেলি ফুলৰ খেতিত নিজকে ব্যস্ত কৰি…